ষ্ট্ৰীট লাইটৰ পোহৰত…………
ষ্ট্ৰীট লাইটৰ পোহৰত………………ৰাস্তাৰ মাজত থকা কুকুৰ কেইটাৰ চিঞৰত কাণৰ পৰ্দাই হাহাকাৰ কৰি উঠিছিল…………………সেই কুকুৰ কেইটাৰ চিঞৰত মোৰ অনুভব হৈছিল যে তেওলোকৰ চকুত মই এজন টেৰৰিষ্ট নাইবা এজন পাগল।।………………
তেওলোকেটো নাজানে যে মই এজন অকলশৰিয়া পথিক…………য'ত জীৱনৰ যাত্ৰাত অাজিও লক্ষ্য স্থিৰ কৰিব নোৱাৰা এজন ডেকা।।………………
সমস্যাৰ সৈতে জৰ্জৰিত এজন পথিক………………সেই কুকুৰ কেইটাৰ অনুভবক মই ধিক্কাৰ দিয়া নাই,তেওলোকে যেন নিজৰ দায়িত্বকহে পালন কৰিছে,,অকলশৰিয়া পথিক,,ঠিকটো নাই হৈও যাব পাৰে টেৰৰিষ্ট নাইবা এজন পাগল।।
মানুহ হৈও মানুহৰ দায়িত্ব পালন কৰিব নোৱাৰা এজন কাপূৰুষ……………সমাজৰ গোলাম,,চকু মুদি যেন অাধাৰ খোৱা কুলি।।……………
ভাল বেয়া বিচাৰ কৰা ক্ষমতা ঠিকেই পালো,কিন্তু তাক পালন কৰিব নিশিকিলো বা নোৱাৰিলো……………দেখিও নেদেখাৰ ভাও জুৰি সকলো বোৰক অাউকাণ কৰি শুই থকা যেন এটা শিয়াল।।………………………
মাত্ৰ মনে মনে ক'ব শিকিছো,,,মানুহ বোৰ যেন বহু কৃত্ৰিম হৈ পৰিল……………মৰম,ভালপোৱা,মিলাপ্ৰীতি যেন তাহানিতে অাইতাৰ মুখত শুণা সাধুকথাহে হ'ল গৈ।।……………
""টেৰৰিষ্ট""
সচাকৈ কুকুৰ কেইতাৰ অনুভব মিছা নহয়……………কাৰণ সমাজৰ বাবে অভিশাপ সেইসকল মানুহ, যিজনে বেয়া দেখিও মনে মনে নেদেখাৰ ভাও জুৰি জীয়াই অাছে।।………………য'ত অন্যায়বোৰ দেখিও যিজনে কেতিয়াও বিৰোধিতা কৰিব যোৱা নাই………………সেইজনেই সমাজৰ বাবে এজন টেৰৰিষ্ট নাইবা এজন পাগল।।
ধন্যবাদ…………………<<বিকি কাশ্যপ>>
Comments
Post a Comment
ধন্যবাদ