বহুত ভালপোৱা মানুহ জনক কেতিয়াও জানিবলৈ নিদিবা যে
বহুত ভালপোৱা মানুহ জনক কেতিয়াও জানিবলৈ নিদিবা যে
" তুমি তেওঁক কিমান ভাল পোৱা "
কাৰণ যিদিনাই তেওঁ জ্ঞাত হব যে , তুমি তেওঁক অনেক ভালপোৱা ,
দেখিবা সেইদিনাৰ পৰা তেওঁৰ ও সহস্ৰ অভিমান বোৰ বাহিৰলৈ উলাই আহিব , আৰু এদিন তোমাৰ চকুত অশ্ৰু নিগৰাই অন্য পথে যাত্ৰা কৰিব !!
কাৰণ তেওঁ জানে ,
তুমি তেওঁৰ পিছে পিছে নিশ্চয় ঘূৰি ফুৰিবা !!
তেতিয়া কিন্তু সেইজনৰ বাবে সেয়া প্ৰেম হৈ নাথাকিব , বৰং প্ৰেমে তেতিয়া একো একোটা স্বাৰ্থলৈ পৰিবৰ্তন হব !!
>> প্ৰীতম আৰ ডেকা
Comments
Post a Comment
ধন্যবাদ