সেমেকা গধূলিত নৃত্য নাটিকা
সেমেকা গধূলিত নৃত্য নাটিকা
------------------------------------
আজি মনটো ভাল নাই , অলপ চকু দুটিৰে পানী উলাল ,
জানো আই কিহৰ বাবে উলাল ..?
লগৰ বোৰৰ লাইফটো দেখিলে বৰ লাজ
লাগে নিজকে ,
ছাল্লা , সিহঁতৰো যে লাইফ আৰু .!
বিন্দাছ ,,
বাইক , গাড়ী , হাতত এডাল ডাঙৰ মবাইল
ধেৎতেৰিকি মোৰ হে নাই ..
এনেকৈ বুলি ভাবো ..!
পকিৰ ঘৰ , কিযে মজাহ ন ..!
ছেহ আমাৰ নো ভাগ্যত কেতিয়া আহিব এনেকুৱা সুখ .!
এনেবোৰ দুখতে কেতিয়াবা মন - চন বেয়া হৈ থাকে ,
কিন্তু মইয়ো কম নহয় :--
বিচনাতে পৰি পৰি ভাবো ,
ছাল্লা হৰ কুট্টে কি দিন আতা হ্যে ,,
যেতিয়া চাকৰি পাম BMW বাইক ৰাস্তাত তামাম দৌৰাম , পাট্টাই নিদিম কাকো ,
হেলিকপ্তাৰ যেতিয়া পথাৰত লেন্ড কৰিম ,
দৌৰি আহিব আৰু মোক কব ১০ মিনিটৰ বাবে কথা পাতিব পাৰিম নেকি ..?
আৰু মই ফিটাহি মাৰি কম :-- মোৰ এচিছটেন্টৰ লগত কথা হওঁক !
এনেকৈ ভাবি ভাবি দুখৰ মনটোক হাঁহিৰে সহাৰি জনাই আহিছোঁ ..!
নাজানোঁ কেতিয়ালৈ পাৰিম ,
আৰু যেতিয়াই নোৱাৰিম মই মানুহ হয়েই নাথাকিম
Comments
Post a Comment
ধন্যবাদ