প্ৰেমৰ কিযে জ্বালা

❤ প্ৰেমৰ কিযে জ্বালা ❤
....... আগতে যেতিয়া পপ্ৰেমত পৰা নাছিলোঁ , আনক দেখি
বৰ আগ্ৰহেৰে ভাবিছিলো :- তোমালোকৰ দৰে মোৰ যদি
এগৰাকী প্ৰেয়্সী থকা হেতেন "
কিমানযে ভাল লাগিল হেতেন  কেতিয়াবা খং উঠিলে তাইৰ লগত কথা নহম ,
আৰু তাই মৰমৰ মাতেৰে মোক কব " কি হল জান ?"
আৰু মই অভিমানেৰে কম " মই তোমাক বেয়া পাইছো " ❤
উফফ কিমান যে ভাল লাগিব 
কিন্তু আজি যেতিয়া প্ৰেমৰ মায়া জালত দেৱদাস হলো
ভাবিবলৈ বাধ্য হলো " প্ৰেমত নপৰা হলেই ভাল আছিল "
মিছাতে এনে কষ্টৰ সন্মুখীন হলো ❤

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা