এজনি ছোৱালীলৈ প্ৰেমৰ প্ৰস্তাব……………
এজনি ছোৱালীলৈ প্ৰেমৰ প্ৰস্তাব…………………
উত্তৰত অলপ সময় বিচাৰিব…………লাহে লাহে ল'ৰাজনৰ প্ৰেমৰ মিঠা মিঠা কথাবোৰত ,,বিশ্বাসত ,,তাইও তাৰ প্ৰেমত পৰিব অাৰু উত্তৰত তাইও ক'ব……মইও তোমাক ভালপাও।।…………
লাহে লাহে কথাবোৰৰ মাজে মাজে মৰম, খং অভিমানবোৰে, মনৰ মাজত মিঠা মিঠা বিষ দিব।।………তেওৰ সতেই হ'ব সকলো কল্পনা,তেওক পোৱাৰ বাবেই হ'ব চেষ্টা, সকলোৰে সৈতে যুদ্ধ,………অাৰু এদিন
এই সকলোবোৰ কল্পনা,সপোন,অাশাবোৰ দেখোৱাই থকা অৱস্থাতেই কোনোবা এজন/এজনিয়ে কোনো ছিগনেল নিদিয়াকৈ জীৱনৰ পৰা হঠাৎ অাতৰি যাবগৈ,তেও দেখোৱাই দিয়া সপোনবোৰ,মৰমবোৰ কথাবোৰৰ মাজতে ৰৈ স্মৃতিৰ টোপোলা হৈ অৱশেষত ৰৈ যাই।
কিয় হয় প্ৰেমত……………কিয় কোনোবাই কথা দি কথা ৰাখিব নোৱাৰা হৈ যায়,,,কাৰ ভুল,কেনেকোৱা ভুলৰ পৰিণতিত হৃদয়খন শব্দহীণ ভাবে চূৰ্ণ বিচূৰ্ণ হৈ ভাগি যাই?
ইয়াৰ প্ৰধান কাৰণ সময়…………মনৰ চঞ্চলতা………বিবেকক বাদ দি অাবেগৰ বসবৰ্তি হোৱা……।
প্ৰেম হৈ যাই অাৰু ই প্ৰাকৃতিক……কিন্তু তাক মুখলৈ উলিয়াই অনাটো কিমান যুক্তিসংগত যদিহে তোমাৰ নাই প্ৰেমৰ বাবে যোগ্যতা।।
মনৰ চঞ্চলতাক যেতিয়ালৈকে নিজৰ কবলত অানিব পৰা নাযাই তেতিয়ালৈকে নাই তোমাৰ প্ৰেমৰ বাবে যোগ্যতা……………।।
নিজৰ অাপোন জনৰ কথা,কাম,ব্যষ্টতাক যদিহে বুজিব পৰা ক্ষমতা নাই,তেনেহ'লে বুজি ল'বা যে তোমাৰ প্ৰেমৰ বাবে নাই যোগ্যতা।।
যেতিয়ালৈকে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা নাযাই সচাকৈ, তেতিয়ালৈকে তোমাৰ নাই প্ৰেমৰ বাবে যোগ্যতা।
অাকৰ্ষণ,জেদৰ বাবে অানৰ জীবনৰ লগত খেল খেলাজন অাততায়ী………মানুহৰ জীবন কোনো খেলৰ সামগ্ৰী নহয়………জীবন জীবনেই,তোমাৰ হওক বা অান কোনোবাৰেই হওক…………।
<<ধন্যবাদ>>বিকি কাশ্যপ…………
Comments
Post a Comment
ধন্যবাদ