ভালপোৱা বোৰ সচাকৈ পাগল
ভালপোৱা বোৰ সচাকৈ পাগল…………………কিনো দৰকাৰ কাৰোবাক নিজতকৈও বেছি ভালপাবলৈ……………বাৰে বাৰে নিজত কৈয়ো তেওৰ কথা মনত পেলাব,কিনো দৰকাৰ।।………
ভালপোৱাজনে বাৰে বাৰে অৱহেলা কৰাৰ পিছতো,মনৰ মাজত বাৰে বাৰে যান্ত্ৰণা দিয়াৰ পিছতো কিনো দৰকাৰ তেওক ভালপাবলৈ।।
সেইবাবেই কৈছো,ভালপোৱা বোৰ সচাকৈয়ে পাগল…………
বহু ভালপোৱাজনৰ পৰা পোৱা সকলোবোৰ যান্ত্ৰণাই অামাৰ বাবে হয় কবিতা।।……………তেওক ইচ্ছা কৰিও ক'ব নোৱাৰা কথাবোৰেই অামাৰ কবিতাৰ চন্দ।।…………
বৰ জটিল…………ভালপোৱাৰে পৰা মাথো সমস্যা………………তেওক পালেও নাইবা পাই হেৰুৱালেও।।
সেই অাপোন কিছুমানৰ বাবে অামি কিছুসংখ্যক অতিত…………………অাৰু অামাৰ বাবে অাজিও তেওৰ সৈতে ভৱিষ্যৎ গঢ়াৰ সপোন।।…………………
তেওৰ সৈতে সম্পৰ্ক ভুল নে শুদ্ধ তাক জুখিব পৰা ক্ষমতা অাজিও নাই………মাথো তেওক ভাল পাও………পাগলৰ দৰে……………সচাকৈ ভালপোৱাবোৰ সচাকৈ পাগল।।
ভুল বহু প্ৰকাৰৰ,কাৰোবাৰ ভুলে কাৰোবাক জাবৰতো পেলাই অাৰু কাৰোবাক গংগাটো পেলাই…………কিন্তু বহু অপকাৰ লাজ সন্মান ভুলৰ বাবে হেৰাই যদিও জীৱনত সেইবোৰ ভুলে অাকৌ শিকনিও দিয়ে।।……………
সেই কষ্টবোৰ,লাজ সন্মান বোৰে অাকৌ এবাৰ ভুল কৰাৰ পৰা অাগভেটি ধৰি অামাক ৰক্ষা কৰে।।…………তথাপি ভালপোৱাবোৰ পাগল,,যান্ত্ৰণা হ'লেও ভালপোৱাক মাথো ভালেই পোৱা যাই,,বহু খং অত্যাচাৰ কৰে যদিও তেওক ভালেই পোৱা যাই।।বহু বছৰ ,,বহু দূৰত ,,নতুবা তেওৰ বাবে হয়টো অামি প্ৰেমিকবোৰ ঘৃণাৰ পাত্ৰ,,হয়টো তেওৰ চিনাকী মাথো এটা অনুভূতি নাইবা কিছু হাস্যকৰ স্মৃতি তথাপি কিন্তু ভালপোৱাক সদায় ভালেই পোৱা যাই…………কিয়নো,কৈছোৱেই নহয়…………""ভালপোৱাবোৰ সচাকৈয়ে পাগল""।
ধন্যবাদ……………<<বিকি কাশ্যপ>>
Comments
Post a Comment
ধন্যবাদ