ভালপোৱাৰ বাবেই দুখ……
ভালপোৱাৰ বাবেই দুখ…………বৰ কষ্ট………
সকলোকে ভালপাব যোৱা বাবে জগৰিয়া তুমি,,,নিজত কৈয়ো বেছি অাপোন বুলি ভাবিব বিচৰাৰ বাবে দুষি তুমি………বৰ কষ্ট নহয়নে??
জীৱনত সেইজন মানুহৰেই বেছি দুখ যিজনে সকলোকে ভালপাই অাৰু অানবোৰেও ভাল পাই বুলি মিছা অাশাত বন্দী হয় ।……………
অাচলতে অাজিৰ দিনত সকলোৱে বেয়া পাই বুলিহে জীয়াই থকাতো প্ৰয়োজন……অন্তত অানে হঠাৎ বেয়াকৈ ক'লে দুখ পোৱাৰ সুবিধাকণ নিজৰ হৃদয়ত খুব কম হয় পৰে………মনত অাশা এটা দিব পৰা যাব যে তেও এনেইও বেয়াই পাই মোক……বেয়াকৈ নকৈ ক'ত ভালকৈ ক'ৱ।।
ভালপাব গৈ অৱহেলাবোৰৰ দুখ যান্ত্ৰণা বুকুত সাচি কি লাভ…………পানীয়ে মথাউৰি খহাই নিয়াৰ দৰে যেন হৃদয়খনো লাহে লাহে পমি যাব ধৰিছে তাৰ উমানেই পোৱা নাযাই।।
বুজা হ'লো,সকলোৱে বুজাইও যে সকলোকে ভাল পাৱ শিকা…………চাল্লা,,,ভাল পোৱা ল'বলৈ কোনেও শিকাই থৈ নগ'ল…………।।
এই ভালপোৱা শব্দতোৱেই জটিল………দিলেও দুখ, নাপালেও দুখ……………সকলো নামত ৰৈ গ'ল,,এই ফেচবুকৰ দৰেই……………পাচ হাজাৰলৈ বন্ধু বান্ধবী………কিন্তু সদায় দেখা পোৱা বন্ধু বান্ধবীৰ মাজতেই মনৰ অমিল………ভেদভাব অাৰু বহুতো।।
সললোৱে জানে এদিন মৰিব,,অৰ্থাৎ জীৱনতো এটা শূণ্য………………কিন্তু কিয় পাহৰে সকলো শূণ্য যে সমান নহয়।।………""অ'ল জিৰঅ'ছ অাৰ নট ইকুৱেল""।।………সেইবাবেই কৈছো ভালপোৱা বোৰেই জগৰিয়া…………য'ত বাৰে বাৰে ভালনোপোৱা বোৰৰ মাজতেই নিজৰ ভালপোৱাৰ মুল্য বিচাৰি হাহাকাৰ কৰি জীয়াই অাছো।।ধন্যবাদ…………
<<বিকি কাশ্যপ>>
Comments
Post a Comment
ধন্যবাদ