সহজ কথা
সহজ কথা
------------» পৃথিৱীৰ অতি উচ্চ খাপৰ মানুহৰ বিলাকৰ অতীত এসময়ত অতি নিম্ন খাপৰেই আছিল __ তাৰ মূলতেই হৈছে ধৈয্য আৰু মনোবল .!
*
অত্যাধিক পৰিশ্ৰম আৰু ধৈয্যই আপোনাক দুখৰ পৰা আন সুখলৈ লৈ যোৱাত সহায় কৰে ,,
যেনেদৰে এটা পৰুৱা ,, অতি ক্ষুদ্ৰ কিন্তু এটা ভাতৰ টুকুৰা লৈ সি টানা আজোৰা কৰে আৰু অৱশেষত নিজ লক্ষ্যত উপনীত হয় . আৰু
আমি মানুহ হৈয়ো আমাৰ মনোবল হেৰুৱাই পেলাও
*
আজিৰ পৃথিৱীত সকলোৱে মহান হবলৈ ইচ্ছা কৰে ,,
কিন্তু মহান হবলৈ যাওঁতে প্ৰথমে মানুহ হহবলৈ এ পাহৰি যায় .!
*
মানুহে জন্মৰ ২ বছৰ পিছৰ পৰাই কথা কবলৈ আৰম্ভ কৰে কিন্তু কি কথা কম ...?
সেইটো জানিবলৈ গোটেই জীৱনেই শেষ হহৈ যায়
*
ইশ্বৰ চিত্ৰত নহয় চৰিত্ৰত থাকে ,
নিজৰ আত্মাক মন্দিৰ বনোৱা , ব্ৰক্ষ্মাণ্ড খন খালী চকুৰেই দেখা পাবা
*
সপোনত দেখা সকলোৱোৰেই অৱাস্তৱ হয় কিন্তু তাত দেখা প্ৰতিছবি বোৰ বাস্তৱ হয় ।
*
যিটো কাম কৰিবলৈ ভয় লাগে , সেইটো কাম কৰাই হৈছে সাহস ।
*
যেতিয়ালৈকে তুমি তোমাৰ অতীতৰ কথা ভাবি থাকিবা তেতিয়ালৈকে তুমি তোমাৰ ভবিষ্যতৰ লক্ষ্য নিৰ্ধাৰণ কৰিব নোৱাৰিবা .!
*
ব্যৱহাৰেই চৰিত্ৰৰ প্ৰতিচ্ছবি দাঙি ধৰে ।
Comments
Post a Comment
ধন্যবাদ