মই এটিয়া ব্যষ্ট হৈ অাছো


হঠাৎ অাপোন কোনোবা এজনে ফোন কৰিলে ছেকেণ্ড নালাগে ক'বলৈ,""মই
এটিয়া ব্যষ্ট হৈ অাছো''……………সেই কথাষাৰৰ যান্ত্ৰণা তেতিয়া অনুভব
কৰা যাই,যেতিয়া অামাৰ কোনোবা মনৰ মানুহজনে অামাৰ অকলশৰিয়া
মুহূৰ্তত কৈ ফোনটো কাটি দিয়ে……""মই এটিয়া ব্যষ্ট হৈ অাছো"'।।
…………
ব্যষ্টতা কিছুমানৰ বাবে এটা বাহানা………বহু ভালপোৱাক প্ৰতাৰণা কৰাৰ
এটা বাহানা।।
পৃথিবীত সকলো মানুহেই ব্যষ্ট,সকলোৰে সময়ৰ অভাব………কিন্তু অলপ সময়ৰ
বাবে হ'লেও অাপোন জনৰ বাবে সময় উলিয়াব নোৱাৰাটো অসামৰ্থতা নহয়
জানো।।………
মইও বুজি পাও ব্যষ্টতাৰ জীবন,মুদ অফ হৈ থকাৰ বেদনাদায়ক মুহূৰ্তবোৰ, মইও
বুজি পাও……………সেই সময়ত হয়টো মইও কৈ পেলাও যে মই এটিয়া ব্যষ্ট হৈ
অাছো অাৰু সেই অাপোনজনে একো প্ৰশ্ন নকৰাকৈ হয়টো ক'ব বাধ্য,ঠিক
অাছে দিয়া,মই এনেই খবৰ লৈছিলো।।…………
এই অাপোনবোৰ নহয়………পাগলৰ দৰে……………অলপ কিবা ওলট পালট হ'লেই
মাথো কান্দিব জানে………………সৰু সৰু কথাবোৰত মাত্ৰ হুকহুকাই কান্দিব
জানে।।………
সন্দেহ কৰাব বাধ্য কৰায় যে তেওৰ ব্যষ্টতা মোৰ প্ৰতি থকা অবহেলা
নহয়টো,,তেওক বাৰে বাৰে ফোন কৰি অামনি কৰা নাইটো………।।
জীবন…………এই ব্যষ্টতাৰ বাবে যে কিমানক কি পিছ পেলায় থৈ অাহিলো
গমেই নাপালো………অচিনাকি অচিনাকি হৈয়ে ৰ'ল কিন্তু চিনাকি
বোৰকো অচিনাকি কৰি পেলালো।।………
এই মহান মহান ব্যক্তি সকলো বহুত চতুৰ,তেওলোকে সদায় কই জীৱনত দৌৰি
থাকা যেতিয়ালৈকে কৃতকাৰ্য্য নোহোৱা,কিন্তু কেতিয়াও নকয় সেই দৌৰত
সুখি হ'বানে দুখি হ'বা।।………
শেষত কও ব্যষ্টতাই জীবনত বহুত কিবা কিবি দিয়ে,কিন্তু লাগতিয়াল বহুত
কিবা কিবি কাঢ়িও লৈ যাই।।……ব্যষ্টতাৰ বাবে কেতিয়াও যেন
অাপোনবোৰক পাহৰি নাযায়,,সময় কাৰো নাই,তাক উলিওৱা প্ৰয়োজন।।
মনত ৰাখিবা,,
অাপোনজনক হেৰায় কৃতকাৰ্য্য পোৱাৰ পিছতো বহু দুখ ৰৈ যায়,,কিন্তু তেওক
লগত ৰাখি,তেওৰ সহাৰি বোৰৰ দ্বাৰা পোৱা কৃতকাৰ্য্যতাৰ সুখ
তুলনাবিহীন।।……………ধন্যবাদ
<<বিকি কাশ্যপ>> (এইটো মাত্ৰ এটা লিখনি………ইয়াত কাম বন এৰি সকলো
সময়তে ফোনত ব্যষ্ট হৈ থকাৰ কথা বুজোৱা হোৱা নাই))

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা