হৃদয় ভঙাৰ বাবে যদি অাইনমতে দণ্ডনীয় হ'ল হয়

হৃদয় ভঙাৰ বাবে যদি অাইনমতে দণ্ডনীয় হ'ল হয়……………কি হ'ল হেতেন? নিশ্বই পৃথিবীৰ অাধা মানুহৰ জেইল হ'ল হেতেন।। বেছিভাগৰেই কমন…………গাৰ্ল ফ্ৰেণ্ড বনাইছানে?…………… হয়টো ছোৱালীৰো কমন……বয় ফ্ৰেণ্ড বনাইছানে?…………… কোনেও নুশুধে কাৰোবাক প্ৰাণ ভৰি ভাল পোৱানে?…………কিয়? অাজিৰ দিনত ফেছন নেকি বয়ফ্ৰেণ্ড বা গাৰ্লফেণ্ড?……………… সকলোৱে যেন মাত্ৰ প্ৰয়োজন অনুভব কৰে বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডৰ,,সেইবাবেই প্ৰেম হৈ পৰিছে খেলা।।……………শাৰীৰিক সম্পৰ্কৰ খেলা………সতিত্ব নষ্টৰ এটা সোৱাদ লগা ধ্বংসৰ পথ,, অৱশেষত সাক্ষি অাইপিল টেৱলেট নাইবা অবৈধ মাতৃত্বৰ বোজা।।…………… নাই সেই অপেক্ষা,নাই অাগৰ দৰে প্ৰেমিক প্ৰেমিকাৰ বাবে সন্মান……………মথো ব্যৱহাৰ,কোনোবা হৃদয়ৰ যান্ত্ৰণাবোৰৰ বজাৰত অান কোনোবা ব্যৱহাৰ বাৰে বাৰে, শৰীৰৰ বজাৰত।। মই সচাকৈ কৈছো,প্ৰেমত পৰি নিজৰ হৃদয়ক ধৰ্ষণ নকৰিব……………প্ৰেমিকাই শাৰীৰিক ভাবে ধৰ্ষণ নকৰিলেও মানসিক ভাবে ধৰ্ষণ কৰাতো একপ্ৰকাৰৰ খাটাং।।…………… নিজৰ স্বাধীনতাক তেওৰ ওচৰত সমৰ্পণ নকৰিব……নহ'লে এদিন উষাহটোও তেওৰ অাদেশতহে ল'বৰ সময় অাহি পৰিব।।……… বৰ নিষ্ঠুৰ প্ৰেমিক সেইসকল,যিজনে/যিজনিয়ে বাৰে বাৰে কথাৰ মাজেৰে হৃদয়ক অাঘাট কৰে,যেন দুখ ল'বৰ বাবেহে প্ৰেমত পৰিছিল।। সমানে ভালপাবৰ ক্ষমতা কোনো প্ৰেমিকৰ নোহোৱা হৈ পৰিল……………মাত্ৰ নামত ৰ'ল সকলো……বয়ফ্ৰেণ্ড নাইবা গাৰ্লফ্ৰেণ্ড।।ধন্যবাদ…………… <<বিকি কাশ্যপ>>

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা