-- কাল্পনিক কলেজৰ ৰেষ্টুৰেণ্ট--
********************
// প্ৰিতম আৰ ডেকা //
-----------------------------
সিহঁতৰ ভালপোৱা আজি কেইবাবছৰো অতিক্ৰম
কৰিলে .! সেইদিনা শনিবাৰ আছিল ,, কলেজৰ
ৰেষ্টুৰেণ্ট খনত বহি গপচপত ব্যস্ত আছিল নয়ন ।
এইযে ৰেষ্টুৰেণ্ট খন ইয়াতেই নয়ন আৰু নিভাৰ প্ৰেমে প্ৰথম খোজ দিছিল ,,
ঠাণ্ডাৰ বতৰ আৰু বাহিৰত কুৱঁলীৰ ছাঁ ,,
সূৰ্য কেতিয়া উলাই মুৰৰ ওপৰ পালেহি গমকেই নেপালে ,,
নয়নে এখন চাইকেল অহাৰ শব্দ শুনি বাহিৰলৈ চালে ,, আৰু দেখিলে
চকু জুৰি অস্পৰাৰ নিচিনা আৰু চুলি কোচা ময়ূৰৰ পাখি দৰে ককালত পৰা ,, এই জনীয়েই নীভা .!
-
দীপ :-- ( নয়নৰ বন্ধু ) অই যা যা ,, টোৰ জীৱ আহিল যা ,,
নয়ন :- হাঁহি এটা মাৰি --- ধুই ,, চৰিত্ৰ বেয়া নেকি তোৰ ..!
আৰু নয়নে , নীভাৰ ওচৰ পালেগৈ ______
নয়ন :- আজি ইমান দেৰি হল যে কিয় .?
নীভা :- এনেই অ ..!
নয়ন :- কলেজ ছুটীৰ শেষত একেলগে যাম ৰখিবা ..!
নীভা :- মই কব নোৱাৰিম ..
নয়ন :- কিয় কোনোবা আহিব নিবলৈ .!
নীভা :- তেনেকুৱা একো নাই বুজিছা .!
নয়ন :- মই এইবিলাক একো নাজানোঁ ..! বছ একেলগে যাম হল .!
নীভা :- কব নোৱাৰিম বুলি কোৱা নাই জানো ,,
নয়ন :- ( ঠাণ্ডা দিনত এইজনী বৰ বেছি গৰম যে .কিয় ) এই তোমাৰ জ্বৰ হৈ আছে নেকি ..?
নীভা :- নাই .... কিয় সুধিলা .!
নয়ন :- নহয় তোমাৰ মুৰৰ পৰা কিবা ভাপ উলাই থকাৰ দৰে পালো ..!
নীভা :- বেছি হোৱা যেন লগা নাই নে ..?
নয়ন :- অকে অকে ..! sorry /
____
আৰু এনেদৰেই কথা পাতি নীভা ক্লাছ কৰিবলৈ গল , কিন্তু তাৰ পিছত নয়নৰ কি হল ..?
নীভাৰ এনেকুৱা নতুন আচৰণ কিয় ..? এনেবোৰ প্ৰশ্নই নয়নক একধৰণৰ মানসিক চিন্তাত পেলাই দিছিল ,,
কলেজ শেষ হোৱাৰ পিছত নয়নে তাইৰ বাবে ৰল ,, গেটৰ সন্মুখত তাইৰ বাবে বাট চালে ,,,
নয়ন :-- মই তোমাক ৰখিবলৈ কৈছিলো ,? মোক দেখা নাই নেকি ..?
নীভা :- দেখিছো কিন্তু মোৰ দেৰি হব ..!
নয়ন :- অ অ .! দেৰি হব ...! কি হৈছে কবানে তোমাৰ ..?
নীভা :-- কি হোৱা দেখা পাইছা ..!
নয়ন :- বলা খোজ কাঢ়ি যাওঁ ..?
নীভা :- ২ কিলোমিটাৰ , মই নোৱাৰো ..!
নয়ন :- পাৰিবা বলা .. নে চাইকেলখন পামচাৰ হব বুলি ভয় কৰিছা ..?
নীভা :- কি ...?
নয়ন :- নাই দিয়া একো ..!
হাঁহি মাৰি ,, বেয়া পাই আছা ন ..?
নীভা :- কি কথাৰ কাৰণে ..!
নয়ন :- কলেজত সেইবোৰ কোৱাৰ বাবে .!
নীভা :- নাই পোৱা
নয়ন :- (মনতেহে ধৰিলৈ দিওঁ নেকি দুচৰ , সহায় কৰাদি কথা কৈ আছে .!
-
আৰু এনেকৈ দুয়োটাই কথাৰ চলতেই তিনিআলিৰ মুখ পালেগৈ ,,
-
নয়ন :- ছেহ ..! পালোহিয়ে ন ..! এনেই দুই কিলোমিটাৰ বুলি কয় , মিটাৰ এটা লৈ আনিবা চোন , দুয়োটাই জোখিম .!
নীভা :- হব বাই ,, মই যাওঁ
নয়ন :- ফোন কৰিম নে বাৰু
নীভা :- মই কম
নয়ন :- ধুই তোমাৰ কথা শুনি কিবা আলুৰ লগত বেঙেনা পুৰি খোৱা নিচিনা হে লাগিছে .!
( জোকাই ললো নেকি )
নীভা :- মই যাওঁ
নয়ন :- যোৱা আৰু ..! ধৰিব ৰাখিবটো নোৱাৰো এতিয়া .! bey
-
নীভা যোৱাৰ পাছত নয়নে অলপ চিন্তা কৰি :- ধুই এনেকৈ মানুহ জীয়াই থাকিব পাৰি নেকি ..! ( এইবুলি কৈ সি ঘৰলৈ বুলি যাত্ৰা কৰিলে )
-
নিশা নয়নে তাইৰ ফোনৰ বাবেৰৈ থাকিল কিন্তু না তাইৰ ফোন না মেছেজ ,
সেয়ে ধৈৰ্য্য সীমা চেৰাই নয়নেই ফন কৰিল কিন্তু তাৰ ফোনৰ কোনো ধৰণৰ এঞ্চাৰ নাপালে ,,
সেয়ে ৰাতিপুৱা এটা চিন্তাৰ মনেৰে কলেজলৈ তাইক লগ পোৱাৰ আশাৰে গতি কৰিলে .....
কলেজৰ ৰেষ্টুৰেণ্টত দীপৰ লগত বহি নয়নে এবাৰ গেটলৈ চাই, এবাৰ ঘড়ীটোলৈ চাই ..
-
দীপ :-অই তোৰ কি হৈছে অ ..? কিয় এনেদৰে আছ
নয়ন :- অই দীপ ,, এইজনী আজি নাহিব নেকি বাও.!
দীপ :- চৰ চিনি পাঅ ,, এজনী থাকিও আকৌ আনৰ এজনীত চকু কিয় অ তোৰ .!
নয়ন :- ( চকু ঘূপা কৰি চাই) কাণতলীয়া চিনি পাৱ নে ..?
দীপ :- মই তোৰ জনীৰ হেৰি নেকি কিবা ..? চব খবৰ ৰাখিবলৈ ..!
নয়ন :- চেহ ১০ টাই বাজিল দেখোন ,, নাহিব নেকি আজি ..!
দীপ :- হব বো ..! এতিয়া ক্লাছত যাওঁ ..
নয়ন :- এ বো বো ..!
-
কলেজ ছুটীৰ পিছত , নয়নে নীভাৰ এজনী বান্ধৱীক দেখা পালে ....
নয়ন : হেই , পল্লবী ,,,, কথা এটা আছিল .! অলপ ৰখিবা ননেকি ..?
পল্লবী : উমম কোৱাচোন , কি কথা ..!
নয়ন : নহয় মানে আজি নীভা কিয় নাহিল জানা নেকি বাৰু ..?
পল্লবী : উহুহ ,, নাজানোঁ নহয় ...
অ অ ৰবা , তাই মোক কৰবালৈ যাম বুলি কৈছিল .. তাৰলে গল হবলা .!
নয়ন : কত গৈছে জানা নেকি ..?
পল্লবী : কত যাব মোক নকলে চোন ..!
নয়ন : অকে ,, থেঙ্কিও ..! অ শুনা তাইক কাইলে পিছবেলা মোক লগ কৰিবলৈ কবা চোন ,, পাৰ্কত ...!
পল্লবী : উম ,, নিশ্চয় কম দিয়া ,! এতিয়া যাওঁ হা .!
নয়ন : অ যোৱা .!
-----
পিছদিনা , নয়নে প্ৰায় ৪ বজাত পাৰ্কত যাবলৈ সাজু হল , পাৰ্কত উপস্থিত হৈয়ে বৰ আচৰিত হোৱা দি থ লাগি ৰৈ চালে .!
আচলতে নীভাই আধা ঘন্টাৰ আগৰ পৰাই নয়নৰ বাবে অপেক্ষা কৰি আছিল ,
নয়নে ভাবিলে ( এইজনীয়ে টোপনিৰ পৰা আজিহে সাৰ পালে যেন পাওঁ ,
বেতা চম্ভালকৰ যাৰা )
=== নয়ন আৰু
Comments
Post a Comment
ধন্যবাদ