যদি তোমাৰ girlfriend আছে তুমি ধ্বংস হবা কেনেকৈ

যদি তোমাৰ gfrnd আছে তুমি ধ্বংস হবা কেনেকৈ .. তলত চোৱা এনেকৈ
-
প্ৰপোজ দিলা তুমি , yes দিলে তাই .! মুঠৰ ওপৰত দুয়োটাই সমানেই ভাল পোৱা হল .! তেনে স্থলত তাই মিছ কল দিব মই phn কৰিম বুলি কত লিখা আছে হে .! কিন্তু আমি লৰাবোৰ দয়ালু হয় .! নিজে নাখায় আনক খোৱাও .! এইটো মাত্ৰ উদাহৰণ হে ......
-
আকৌ তাই তোমাক phn কৰি লগ কৰিব মাতিলে বুলিয়েই তুমি যাবা নেকি ! তাই কি তোমাক লগ কৰিব আহিব নোৱাৰে নেকি .! লৰাবোৰে হে মানে ভাল পোৱাৰ থিকা লৈ থৈছে .! লৰাবোৰৰ ঘৰত পইচাৰ গছ ৰুই থৈছে যে লৰাই দিম সৰিব .!
-
কোনোবা পাৰ্টি , মেলা , পূজা , shopping etc এইবিলাকত যাব হলে তোমালৈ phn ৰ ওপৰি phn কিন্তু ঘৰৰ কেতিয়াবা সকাম এখন পাতক চোন কোনটোক মাতে চাওঁ .! চব স্বাৰ্থ
-
ধৰা দুয়োটাই কাইজিয়া লাগিলা .! ভূল কিন্তু তাইৰে .! পিছত এনেকুৱা situation আহে দুয়োটাই phn off বা কাটি দিয়ে .! ইপিনে লৰা জনে ভাবি তত পোৱা নাই ভূলটো কাৰ কিন্তু তাই ঘৰত কি কৰি আছে জানে ...? পেটত বস্তু সঞ্চয় .! লৰাই মদ পানী খাই অৱস্থা নাই .! পিছ দিনা আকৌ লৰা জনেই sorry বুলি কব লগা হয় ..! ভূল যাৰেই নহওক .!
-
তাইলে phn কৰিলা busy পালা .! আকৌ phn মাৰিলা busy পালা .! আকৌ phn মাৰিলা এইবাৰ হয়টো তাই rcvd কৰিলে .. আৰু শুধিলা কাৰ লগত busy .. ছাল্লা এনেকুৱা বাহানা বনাই বে ,, পাৰিলে কান্দিও দিব .! কিন্তু এইবিধ যদি লৰাৰ ক্ষেত্ৰত হল হয় তেতিয়া সিহঁতে কি কলে হয় জানে .. brckpt .. ফুচ .! তুমি পামচাৰ .!
-
কেইজনীমানৰ ইছ কি লেবেল ..! ফেচবুকত মেছেজৰ ৰিপ্লাই নিদিয়ে / যেতিয়া বেয়াকৈ এটা মেছেজ যাব :- তুমি অভদ্ৰ নেকি ..! বেটী যানই যদি সুধিছনো কিয়
-
এইবিলাক কান্দ ইহঁতৰ .! কানৰ তলত ঘন্টি বজাই দিব মন যাই... কমেন দিলে ভাল লাগিব

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা