ভালপোৱা মানুহ বোৰৰ বহুত লেবেল
ভালপোৱা মানুহ বোৰৰ বহুত লেবেল………………নিজক যে কি বুলি ভাবে……………সিহতে নাজানে নেকি………অামি ভাল পাও বাবেই যে তেওলোকক উচ্চ অাসনত বহুৱাও।।…………
কান্দিব পাৰো তেওক নোপোৱাৰ বেদনাত,তথাপি হৃদয়ৰ সৈতে খেলি কাৰো জীৱন ধ্বংস কৰিব চেষ্টা অন্তত কৰা নাই।।…………ভালপোৱাবোৰে কিহক লৈ লেবেল দিয়ে………তেও নাজানে নেকি,অামি ভালপাও পাও বাবে যে তেও ধূনীয়া।।……………
ভালহে পাও………ইয়াৰ অৰ্থ এইটো নহয় যে সেই ভালপোৱা জনে বাৰে বাৰে যান্ত্ৰণা অাৰু ভালপোৱাক অপমান কৰি গৈ থাকিব অাৰু নিৰব দৰ্শক হৈ অামি সহ্য কৰি যাম।।
প্ৰতাৰক সকলক উত্তৰ দিয়াৰ সময় অাহিল………তেওক মনেৰে নোৱাৰিলেও,,অন্তত তেওৰ অবিহনে যে সুখি তাক দেখোৱাতো অাজি প্ৰয়োজন।।
তেও বেয়া পাই বাবেই অামি ভালপোৱাবোৰ অৱহেলিত……………কথা নাই,,,তেও বেয়াই পাওক,,
কিন্তু অামি যে ভাল পাও সেই দুৰ্বলতা লুকুৱাৰ অাজি প্ৰয়োজন।।
নিজৰ পবিত্ৰ ভালপোৱা বোৰক কিমান অপবিত্ৰ কৰিম অাৰু………ভগৱানে তাৰ বাবেই হয়টো কষ্ট দি অাছে অামাৰ মনক,,,কাৰণ অামাক ভালপোৱা বোৰেও অামাৰ বাবে একেই কষ্টত দুখি অাৰু তাৰ বাবে অামি জগৰিয়া।।
সচাকৈ………ভালপোৱাবোৰে যে কিহক লৈ ইমান লেবেল দিয়ে…………
তেওলোকে নাজানে নেকি অামি ভাল পাও বাবেই যে তেওৰ অস্তিত্ব……………।।অামি ভালপাও বাবেই যে তেও সকলোতকৈ অাপোন………তেও কিয় নাজানে।।
তেও কিয় বুজি পোৱা নাই ………তেও যে অাৰু অামাক দুখ দি একো লাভ নাই,,অামি দুখ লৈ জীয়াই থাকিব শিকি গ'লো…………… অামি তেওক বহু ভালপাও বাবেই তেও জীয়াই অাছে কাৰণ অামাৰ ভালপোৱাই তেওৰ বাবে অাশিৰ্বাদ অাৰু সেইবাবেই তেও সুখি।।ধন্যবাদ………
<<বিকি কাশ্যপ>>
Comments
Post a Comment
ধন্যবাদ