জীৱনত সকলো বোৰ বিচাৰি পোৱা জনেই সুখী
সকলোৱে কয় জীৱনত সকলো বোৰ বিচাৰি পোৱা জনেই সুখী,
অাৰু মই চাল্লা ৰাতিপোৱা শুই উঠি, থোৱা ঠাইত ব্ৰাছ দালো বিচাৰি নাপাও,
সুখ দুখৰ পৃথিৱীখনৰ বাবেই হয়টো অামাৰ দৰে কিছুমান জীৱন।।
হাহিছো, তাতো সন্দেহ………সুখতে হাহিছোনে?……………………এই বয়সত অাৰু দুখৰ ওপৰিও দুখ……কিছু অাপোনবোৰে দিয়া অাৰু কিছুমান দুখ নিজে সৃষ্টি কৰা।।……………অাপোনবোৰে দিয়া দুখবোৰ বৰ গভীৰ যদিও ভাল লাগে,কাৰণ তেওলোক অন্তত সুখি, হয়টো মই দুখি বাবেই সুখি।।
নিজে সৃষ্টি কৰা দুখবোৰত কোনো দুষি নহয় তাতে মই নিজেই দুষি…………যেনে:পৰিমাণত কৈ বেছি অাশা,,পৰিমাণত কৈ বেছি পোৱাৰ হেপাহ,পৰিমাণত কৈ বেছি কাৰোবাক ভালপোৱা………সচাকৈ দেই অতিমাত্ৰা সকলো বস্তুই বেয়া……।
বৰ সমস্যা………তথাপি চিন্তা নাই সমস্যাৰ সৈতে অকল মোৰেই নহয়,,সকলো মানুহেই যুজিছে সমস্যাৰ সৈতে,।ভবাতটো ভবাই যাই যে মোৰ সমস্যাই পৃথিবীৰ ভিতৰত ডাঙৰ,,
কিন্তু কোনো মানুহৰ সমস্যা সৰু ডাঙৰ নহয়……তাৰ বাবে সিমানেই কষ্টকৰ যিমান কষ্ট নিজৰ সমস্যাবোৰে দিয়ে।।
কয়েই দেখুন,কোনো মানুহৰ জীৱনক লৈ নকল নকৰিবা কাৰণ সকলো মানুহৰেই জীৱনৰ প্ৰশ্নকাকট বেলেগ বেলেগ।।…………………সেইবাবেইটো দুখ অাৰু সমস্যা সকলোৰে বেলেগ বেলেগ।।প্ৰত্যেকজন মানুহৰ অভিজ্ঞতাও সেইবাবে বেলেগ বেলেগ………………সেয়েহে জীৱনৰ কিছুমান সিদ্ধান্ত নিজেহে লোৱা উচিত………।।<<বিকি কাশ্যপ>>
((লিখিব একো নাছিল,,এনেই লিখি দিলো……বেয়া নাপাব দেই))
Comments
Post a Comment
ধন্যবাদ