জীৱনটো একো একোটা প্ৰশ্নই নহয় জানো ..?
জীৱনটো একো একোটা প্ৰশ্নই নহয় জানো ..?
পৃথিৱীত এনেকুৱা এজন নাই যিয়ে কব পাৰিব , অ মোৰ জীৱনটো সচাকৈয়ে সম্পূৰ্ণ !!
নাই নহয় জানো , সচাকৈয়ে নাই আৰু হবওঁ নোৱাৰে ,
কাৰণ মানুহৰ জীৱনটো একোখন সাগৰৰ দৰেই , যিমানেই বস্তু পেলাই নাথাকা , ই দ' দ'য়েই হৈ থাকিব !
কিন্তু সেই প্ৰশ্ন বোৰৰ লগতেই আমি জীয়াই থাকিব লাগিব , মৰম ভালপোৱাৰ মাজত দুখবোৰকো আকোঁৱালি লৈ থাকিব লাগিব ...!!
জীৱনৰ মাজ ভাগত সঙ্গী ৰূপে কাৰোবাৰ পোৱা যায় , যিয়ে তোমাক জীয়াই থকাত সহায় কৰে .....
কিন্তু কলোৱেই নহয় ......
জীৱনটো ঘাত প্ৰতিঘাতৰ ৰূপ , হেৰাই যায় তেওঁ তোমাৰ জীৱনৰ পৰা , এই সংসাৰৰ পৰা , হয়টো কিছুমানৰ জীৱনৰ পৰা ,
কিন্তু সেইবুলি আমি নিজকে জানো হেৰুৱাই পেলোৱাটো উচিত ,
হয় বহুত কষ্ট , তেওঁৰ বা তাইৰ অবিহনে সময় কটোৱা , কিন্তু কি কৰিবা ,
এয়াই হবলগা আছিল আৰু হৈ গল !!
>> প্ৰীতম আৰ ডেকা
Comments
Post a Comment
ধন্যবাদ