এৰেঞ্জ মেৰেজ
এৰেঞ্জ মেৰেজ…………এটা এগ্ৰীমেন্ট…………
কৃত্ৰিম হাহিৰে বুকুৰ মাজত শিল এটা থৈ মা দেউতাক সহজে কোৱা যাই যে মই তোমালোকে বাচি দিয়া সংগী জনকে/জনিকে নিজৰ কৰি লম।।
কিন্তু ,মাক দেউতাক কিমান সফল হয় নিজৰ ছোৱালীজনিক/ল'ৰাজনক সেই সংগীজন বাচি দিয়াত।।……………
সেইসময়ত সেইকেইজনৰ জীৱন ড্ৰাইভীং লাইচেঞ্চৰ দৰে হৈ পৰে………ৰীং চেয়াৰমনি যেন ছমাহৰ বাবে একোখন লাৰনাৰ অাৰু তাৰ পিছত লাইচেঞ্চ।।
জীৱনৰ সকলো সীদ্ধান্তই ঘৰৰ অনুমতিৰ অবিহনে কাৰোৰে একো নহয়………মাত্ৰ জীৱনৰ এটা সীদ্ধান্ত হৃদয়ে নিজে নিজেই গ্ৰহণ কৰিছিল,তেওক ভালপোৱা কাৰোবাক নিজৰ কৰি লোৱাৰ সপোন।।………………
কিন্তু বেছিভাগৰে সি এক এটিয়া সাধুকথা………………।
সৰুতে কিমান সুখি হোৱা গৈছিল যেতিয়া বহু মূল্য হোৱা বাবে মনে বিচৰা পুতলাটো এৰি বেলেগ এটা পুতলা ঘৰত লৈ অাহিব লগা হৈছিল……………ভাল নলগাৰ বাবে কান্দি থকাত,মাত্ৰ সান্তনা দিছিল,পিছত অানি দিম নহয় অাৰু মানি লৈছিলো……………সেই সময়ত দুটাই দুখত অাছিল,নেখেলাৰ বাবে পুতলাতো অাৰু মন পচন্দৰ পুতলা নাপাই কান্দি থকা সেইজনি/সেইজন।।…………
এৰেঞ্জ মেৰেজ,
সচাকৈ এইটো এটা এগ্ৰীমেন্ট……………কাৰোবাক ভাল নাপালেও ভালপোৱাৰ অভিনয় কৰাৰ…………নিজে দুখি হ'লেও অপ্ৰাণ চেষ্টা অানক সুখি কৰাৰ………………বাৰে বাৰে চকুৰ পানীবোৰক বৰফৰ দৰে গোট মৰাই এটা চাবি দিয়া পুতলাৰ দৰে মিছা হাহি মুখত লৈ জীয়াই থকাৰ এটা এগ্ৰীমেন্ট।।…………………
ভয় ভয় কৈ মনলৈ অহা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ল'ব চেষ্টা কৰিবাচোন…………পাৰিবানে কাৰোবাক জুৰ কৰি ভালপাবলৈ………
ভালপাব নোৱাৰিলেও গোটেই জীৱন দেখুৱাব পাৰিবানে এজন ভাল স্বামী বা পত্নী হৈ…………।।
ধন্যবাদ………
<<বিকি কাশ্যপ>>

Comments
Post a Comment
ধন্যবাদ