জানিবলগীয়া কথা
জানিবলগীয়া কথা
+++++++++++++
উপলব্ধি আৰু আলোচনা
এটা আনটোৰ মিত্ৰ ,, কাৰণ যেতিয়াই উপলব্ধি বাঢ়িব তেতিয়া নিশ্চয় আপোনাৰ আলোচনা ও বাঢ়িব .!
+++++++++++++
পানীত কেতিয়াও শিল নদলিয়াবা , কাৰণ তাকো কোনোবাই পি খাই আৰু
কেতিয়াও তুমি দুখত নাথাকিবা , কাৰণ তোমাক চাই ও কোনোবাই জীয়াই থাকে .!
(মাঁ)
+++++++++++++
জীৱন পাবলৈ ভাগ্য লাগে
মৃত্যু হবলৈ সময় লাগে , কিন্তু মৃত্যুৰ পাছতো যদি তোমাক কোনোবাই মনত পেলাই
সেয়া তোমাৰ কৰ্ম ই কব .!
+++++++++++++
helping other people
can be a cure
not just for those
who are in need
but for your soul as well
+++++++++++++
ইশ্বৰৰ পৰা কিবা বিচাৰিলে যদি নোপোৱা
তেনেহলে নিৰাশ নহবা কাৰণ ইশ্বৰে তুমি ভাল পোৱা বস্তু তোমাক কেতিয়াও নিদিয়ে ,
দিব মাথোঁ তোমাৰ কাৰণে যিবোৰ ভাল , সেইবোৰ .!
+++++++++++++
ডাঙৰ ডাঙৰ কথা বুজোৱা জনেই জ্ঞানী নহয় ,
যিজনে সৰু সৰু কথাৰ মুল উলিয়াব পাৰে ,তেওঁ হে আচলতে জ্ঞানী .!
++++++++++++
সমৃদ্ধিয়ে বন্ধত্ব কৰোৱাই আৰু
বিপত্তিয়ে সেই বন্ধুত্বৰ পৰীক্ষা লয় .!
Comments
Post a Comment
ধন্যবাদ