এজনি ছোৱালীৰ সৰু ভিডিঅ ক্লীপ

………এজনি ছোৱালীৰ সৰু ভিডিঅ ক্লীপ…………………
কিছুমানৰ বাবে হাহি হাহি চাই অানন্দ লাভ কৰা এজনি ছোৱালীৰ জীৱন ধ্বসংৰ সৰু এটা এম এম এছ।।
সম্পূৰ্ণ ভাবে নগ্ন তাই………কিয়………???
প্ৰেমৰ প্ৰমান সেইবোৰ তাইৰ,,,,কাৰোবাক হৃদয়ৰ সচা মৰমৰ প্ৰমান দিছে অাৰু সাক্ষি হৈ অাছে মোবাইল।।…………………ঘৰৰ মানুহৰ অতি বিশ্বাসী ছোৱালীজনিৰ শেষ পৰিণতি………।।
…………এজন প্ৰতাৰকৰ বলি হৈ সমস্ত হেৰুৱাই দাদাকলৈ চুইছাইড নোট লিখি তাইৰ জীৱনৰ সামৰণি………………।
মৰমৰ দাদা…………মৰম ল'বা বুলি কোৱাৰ অধিকাৰ হেৰুৱাইছো।………মই
তোমাৰ, মা দেউতাৰ বিশ্বাস ৰাখিব নোৱাৰিলো………জীৱনৰ শেষ মুহুৰ্তত অাজি অনুভব কৰিব পাৰিছো মই……যে তুমি সদায় সচা কথা কৈছিলা………সকলো জীবক চিনিব অাৰু বিশ্বাস কৰিব পাৰিবা কিন্তু মানুহ হৈও তুমি মানুহক কেতিয়াও চিনিব অাৰু বিশ্বাস কৰিব নোৱাৰা।।তুমি মোৰ দাদা হ'লেও মোৰ বন্ধুৰ দৰে অাছিলা………সেই কথাষাৰ অাজিও মনত অাছে,তুমি যে কৈছিলা প্ৰেম কেতিয়াবা হ'লে… তেওক তুমি মনে মনে ভালপাই থাকিবা………তেওক পাবৰ বাবে মাত্ৰ এটা সৰু ইচ্ছাহে মনৰ মাজত সাচি ৰাখিবা।।জীৱনত যেতিয়াই তুমি তোমাৰ ভালপোৱাৰ অাগত তোমাৰ দুৰ্বলতা বোৰ প্ৰকাশ কৰিবা,সেই দিনটোৰ পৰাই তোমাক মাথো ব্যৱহাৰ কৰি যাব।যান্ত্ৰণাত ককবকাই থকা দেখি হাহিব……মনৰ মাজত সেইজন ভালপোৱাই গৰ্ব অনুভব কৰিব যে……চা ছোন পাগলিজনিয়ে কেনেকৈ ভাল পাই অাৰু মই পত্তাই নিদিও।।
কষ্টৰ ফল সকলোৰে মিঠা,,কিন্তু মই তোমালোকৰ কষ্টৰ ফল বহু তিতা কৰি জীৱনৰ সামৰণি মেলিব লৈছো……………অাপোনালোকৰ ত্যাগ,মৰম ভালপোৱা ,কষ্টবোৰৰ ধাৰ এই জন্মত পৰিশোধ কৰিব নোৱাৰিলো।।পুণৰ জনম যদি সচা ,মই ভগৱানৰ ওচৰত প্ৰাৰ্থণা কৰিম যাতে তোমাৰ ভন্টি হৈয়ে জন্ম লাভ কৰো।।
অাগৰ দৰেই মা দেউতাৰ ওচৰত মোৰ ভুলবোৰ লুকুৱাইছিলা,পাৰিলে এইবাৰো শেষবাৰৰ বাবে মোৰ ভুল লুকুৱাই মোক বিদায় জনাবা।।…………
ইতি………তোমাৰ ভন্টি………।।
……………………………এনেকৈ কিমান জনে কিমান জনি ভন্টিক,নিজৰ ছোৱালীক হেৰুৱাব বাধ্য হৈছে,কোনোবাই অনুভব কৰিব পাৰেনে?
কিয় প্ৰেমৰ প্ৰমাণ দিব গৈ নিজৰ সমস্ত হেৰুৱাই পেলাব লগা হয় এজনি ছোৱালীয়ে,,,,
কি দৰকাৰ…………ভালপালে নিজৰ দৰে মানসিকতা মিলা জনৰ লগত হোৱা উচিত,,নিজক তেওৰ চকুত অাইনাখনৰ দৰে অনুভব কৰিব পাৰিব লাগে…………নহ'লে অাকৌ এনেধৰণৰ ছুইছাইদ নোটত সামৰিব লাগিব নিজৰ জীৱন।।অাজিৰ পৃথিবী ভবাতকৈ বহু বেলেগ……ভালৰো ভাল অাৰু বেয়াটো বহু বেয়া।।ধন্যবাদ……
<<বিকি কাশ্যপ>>((কাল্পনিক অনুভব))।

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা