এটা ভাল সম্পৰ্ক…………
এটা ভাল সম্পৰ্ক…………
এটা ভাল সম্পৰ্ক বনাবলৈ,তাক বিশ্বাস দিবলৈ,তুমি নিজে ভবামতে তাক
জীয়াই ৰাখিবলৈ কিমান ত্যাগ কৰাৰ প্ৰয়োজন অনুভব কৰিব পাৰানে?………
সম্পৰ্ক ভগাজনে সেইবোৰ কেতিয়াও বুজি নাপায়,তেওলোকে মাথো নষ্ট
কৰিব জানে,,ধংস কৰিব জানে।।
হঠাৎ তুমিও কেতিয়াবা কাৰোবাক বেয়াকৈ কৈ দিয়া…………সেই সময়ত
অকণো ভবা নাযাই যে সেইজনৰ মনত কিমান অাঘাট লাগিব……… জেদ অাৰু
খংৰ অন্ধকাৰৰ বাবে,হঠাৎ, নিজে নিজেই উলাই যাই কাৰোবাৰ মনত অাঘাট
লগা কথাবোৰ অাৰু তেনেকৈয়ে নষ্ট হয় এটা ভাল সম্পৰ্ক ।।
…………অাপোন জনৰ তেনেবোৰ কথাত মনৰ অাঘাটত হয়টো তেওৰ সৈতে
দেখা দেখি হোৱাৰো ইচ্ছা নোহোৱা হয়…………তেওৰ প্ৰতি থকা মৰম
ভালপোৱা যেন,সেই দিনটোতেই নষ্ট,,,মাত্ৰ হৃদয়খনত কিবা এটা ওজন ওজন
লগা দুখে চকুযুৰিক বুজাব পৰা নাযায়।।
কোৱাজনও অনুতপ্ত,,মনৰ মাজত তেওৰো এটাই ভাব,কিয় যে ক'লো………
চেহহহ,,,,খংটো অাজিও কমাব নোৱাৰা হৈয়ে থাকিলো……………।।
লাহে লাহে খং,জেদ একেবাৰেই কমি যাব……ম'বাইলটোলৈ সঘনাই চকু
যাব……অপেক্ষাৰ অন্তত মনে বাৰে বাৰে নাম্বাৰ ডাইল কৰিব বাধ্য কৰিব
অাৰু অামাৰ ইগ' প্ৰবলেমতোৱে বাৰে বাৰে ফোন নাযাওতেই কাটিব বাধ্য
কৰাব।।……মনৰ মাজত থকা ইগ'টোৱে ক'ব……অাগতে ফোন কৰিব নোৱাৰে
নেকি,ভুল তেওহে কৰিছে।।……
অামাৰ ইগ'………………যিয়ে কেতিয়াও অামাক অাপোনবোৰৰ সৈতে
মিলিব নিদিয়ে,,সম্পৰ্কবোৰ ভাল দৰে জীয়াই ৰাখিবৰ বাবে যি
এদজাষ্টমেন কৰা যাই,সেইটোৰ পৰা সদায় দূৰলৈ অামাক ঠেলি দিয়ে।।
………
নিজৰ অাপোনবোৰৰ ওচৰত সৰু হ'বলৈ মানুহে লাজ কৰাৰ কোনো প্ৰয়োজন
নাই…………মনত ৰাখিবা অাপোন বোৰৰ ওচৰত ডাঙৰ দেখাই মনৰ মাজত
এসোপা মান দুখ লৈ জীয়াই থকাত কৈ,তেওলোকৰ ওচৰত সৰু হৈ
মিলাপ্ৰীতিৰে সুখি হৈ জীয়াই থকা জন বহু ওপৰত।।ধন্যবাদ
<<বিকি কাশ্যপ>>
Comments
Post a Comment
ধন্যবাদ