ভালপোৱাৰ কমন ডাইলগ

ভালপোৱাৰ কমন ডাইলগ ,
যাক বহুত ভালপোৱা যাই,তাকেই বহুত বেয়াকৈ ক'ব পৰা যাই ,
সেইষাৰ কথা শুনা বা বুজা সিমানেই যান্ত্ৰণাদায়ক হয়, যাক বহু ভালপোৱা যাই।।
অৰ্থাৎ,
ভালপোৱা জনে বহু ভালপাই বাবে বেয়াকৈ ক'ব পাৰে,,……
কিন্তু শুণাজনেওতো তেওক বহু ভাল পাই,,
তেও কেনেকৈ সহ্য কৰিব তেওৰ মুখৰ পৰা সেইবোৰ যান্ত্ৰণাদায়ক গালি অাৰু ঠাট্টাবোৰ।
বেছিভাগ ভালপোৱাই নিজৰ ভালপোৱাজনৰ বাবে মথো অৱহেলা,,,
সকলো ব্যষ্ট,,
কথাৰ মাজেৰে অাতৰি যাবৰ বাবে বাধ্য কৰোৱাই তেওলোকৰ ভালপোৱা।।
অাৰু অাতৰিও লাভ কৰে বিশ্বাসঘাটক,প্ৰতাৰকৰ নাম………………
কিন্তু ,,
অনুভব কৰেণে,কিমান যান্ত্ৰণা হৃদয়ৰ মাজত সামৰি কাৰোবাক বহু ভালপোৱাৰ পিছতো এৰি অাহিব বাধ্য হয়।।
নিজৰ ভালপোৱাৰ সুখৰ বাবে অাতৰি নিজে যান্ত্ৰণাৰ মাজত মনে মনে কান্দিব লগা হয়,,কোনোবা প্ৰতাৰক নাম দিয়াবোৰে অনুভব কৰেণে?
সকলো স্বাৰ্থপৰ,ভাল পালে তেওৰ হ'বই লাগিব,এইটোৱেই নেকি ভালপোৱাৰ অৰ্থ____কাৰোবাক নিজৰ কৰিব নোৱাৰিলে কি ভালপোৱাৰ অৰ্থই নাই………………।।
ভালপাব নাজানিলে ভাল পাবই নালাগে……………তুমি তোমাৰ ভালপোৱাক কিমান ভালপোৱা সেইটো ডাঙৰ কথা নহয়…………
তোমাৰ ভালপোৱাত তোমাৰ ভালপোৱাজন কিমান সুখি সেইটোহে ডাঙৰ কথা।।
জুৰ কৰি মৰম ভালপোৱা দিব চেষ্টা নকৰিবা,,নিবিচৰা মৰম একপ্ৰকাৰৰ যান্ত্ৰণাহে।।
__________!!!!ধন্যবাদ!!!!_________
<<বিকি কাশ্যপ>>

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা