অশ্ৰুৰ মূল্য নুবুজা জনৰ সৈতে সম্পৰ্ক ৰাখি সময় নষ্ট নকৰিবা
তোমাৰ এটুপি অশ্ৰুৰ মূল্য নুবুজা জনৰ সৈতে সম্পৰ্ক ৰাখি সময় নষ্ট নকৰিবা ,
সেইজনৰ সৈতে জীৱন কটোৱা , যিজনে তোমাৰ কিঞ্চিত কণ দুখত দুখী হৈ পৰে আৰু কিঞ্চিত কণ সুখত সুখী হৈ পৰে ,
কাৰণ এই পৃথিৱীত অশ্ৰু নিগৰুৱা মানুহ অনেক পাবা ,
কিন্তু হাঁহি বিৰিঙাব পৰা মানুহ প্ৰায়েই কম সংখ্যক ....!!
সুখ দুখৰ মাজতেই সম্পৰ্ক ৰক্ষা হয় আৰু ভংগ ও হয় , বিচ্ছেদ তেতিয়া হয় যেতিয়া দুয়োজনৰ মাজত এজনৰ সহযোগীতা শেষ হৈ পৰে ,
আৰু ৰক্ষা তেতিয়া হয় ,
যেতিয়া সম্পৰ্ক এটাত দুয়োজনৰ সহযোগীতা সমানে ভাগ হয় ..!!
>> প্ৰীতম আৰ ডেকা
Comments
Post a Comment
ধন্যবাদ