কলেজতে কৰি যাওঁ ৰগৰ

কলেজতে কৰি যাওঁ ৰগৰ 
---------------------------------
প্ৰেম , এই প্ৰেমৰ আৰু কি কি নহব ..?
মোৰ লগৰ এটাই তলৰ ক্লাছৰ
ছোৱালী এজনীক ভাল পাই আছিল ..!
সদায় কয় আজি কম , আজি কম কিন্তু
আজিটো কেতিয়াও হৈ নপৰে ..
সেয়ে মই তাক বৰকৈ থেত দিলোঁ ,
বেতাই লাজ পাই " আজি কমেই " বুলি
উফন্দি আহিল ..!
মইয়ো কলো ok বাবা দেখা যাওঁক .!
পিছে বস্তৱে বোলে মুখেৰে কবলৈ
লাজ কৰে , সেয়ে চিঠিৰ সহায়তে contact কৰা গল .!
কথা মতেই কাম :- এখিলা পাতত love এটা
আঁকি , লিখিছে তাৰ অন্তৰৰ কথা .!
লগৰ এজনীক কলো বুলো চিঠি খন দি আহগৈ .!
১ ঘন্টাৰ পিছত এজন ছাৰ আমাৰ ক্লাছত প্ৰৱেশ কৰিলে ,
পিছে পিছে আকৌ সেই ছোৱালী জনী ..
মই কেচ গম পাই গলো ( ভাগলে বেতা ভাগলে )
ছাৰ :- ( মোৰ লগৰটোৰ পিনে চাই ) অই তই এইপিনে আহ ..?
সি :- সেমেকা সেমেক কৰি ..!
ছাৰ :- এইখন কি ..?
সি :- ছাৰ কাগজ 
ছাৰ :- তাত কি লিখা আছে ..?
সি :- .................. ছাৰ ..!
ছাৰ :- কোনে লিখিছে ..?
সি :- ছাৰ মই . 
ছাৰ :- সকলো ঠিকে আছে নহয় ..! পিছে ওপৰত সেইটো কিহৰ ছবি .!
সি :- ছাৰ ❤ love
ছাৰ :- অই গাধ , মাজৰ কাৰ ডাল চোন নিদিলিয়েই .! এনেকৈ সৰু সুৰা ভুল কৰিলে কত তোক yes দিব ..!
-
গোটেই ক্লাছ গম গমাই গল 

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা