তোমাৰ মনৰ মানুহজন……

তোমাৰ মনৰ মানুহজন………সেই অাগৰ দৰেই নহয় জানো বহুত ভাল,বহুত ধুনীয়া…… বিচাৰি বিচাৰি হয়টো অাজিও তুমি ""সংগীবিহীন"""। অাজিও তোমাৰ দিথকত নাই শান্তি………সপোন খেদি খেদি তুমি যে ৰঙীন………………। মানুহৰ জীবনত সদায় দুটা বস্তুই খেলি মেলি ল'গাই,সপোনে অাৰু দিথকে……………শান্তি অশান্তি ইহতৰ লগতেই জড়িত।। অামিবোৰে সপোন দেখি দেখি সপোনৰ পাৰ ভাগি পেলাও………সীমা ভাগি সপোনৰ মিঠা ৰংবোৰক যেন ধোৱা ধোৱা কৰি পেলাও।।……… সময়ৰনো কি ভুল………সময়ৰ শৰ সময়ত মৰাত অামিবোৰেই ব্যৰ্থ।……… সেইবাবেইতো কও…………দিথকত পোৱাবোৰেও সপোনৰ ধোৱাৰ মাজে মাজে দেখা চকু চাত মাৰি ধৰা মৰিচিকা বোৰৰ বাবে অামিবোৰ সুখি হ'ব নোৱাৰো।।………… সপোনৰ ৰঙিন সুখ বোৰ পাব বিচাৰো………কিন্তু সপোনত দেখা উচ্চকাংক্ষ্যা কেতিয়া গৈ দূৰাকাংক্ষ্যা হ'ল গ'মেই নাপালো…………পৰিমানতকৈ বেছি বিচৰাটো বা অাশা কৰাটোও অাচলতে মানুহৰ ভুল।।……… সপোনৰ কাষ চপিব অামি বিচাৰো অাৰু দিথকে অামাৰ কাষ চাপিব বিচাৰে……………দুখ, অশান্তি দুয়োৰে…………অামি সপোনক নাপাও অাৰু দিথকে অামাক বিচাৰি নাপায়।।………… এইবোৰৰ বাবেই হেৰাই অামাৰ কৰ্ম অাৰু অাপোনবোৰ…………যিবোৰে অামাক বিচাৰে……যাৰ মনত সপোনে দিথকে মাত্ৰ অামি নিজেই।।……… অাপোনবোৰ কিন্তু অামাৰ দৰে বুৰ্বক নহয়,সপোনত অানকোনোবা অাৰু দিথকত অানকোনোবা।। মনত ৰাখিবা অাৰু ৰাখিম…………এদিন অামিও ভাগৰি যাম………সপোন খেদি খেদি ভাগৰাত পিছলৈ উভতি চাম যে এটিয়া দিথকত অাদৰি ল'বই লাগিব,,কিন্তু দিথক অামাৰ বাবে যেন কেতিয়াবাই ভাগৰি পৰিল জীবন যাত্ৰাত………।। ৰৈ যাব মাথো এটিয়াৰ দৰে এটা ভাগৰৰ হুমূনিয়াহ……… অাবেগৰ সৈতে………কিছুমান স্মৃতি।।ধন্যবাদ…………(বিকি কাশ্যপ)

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা