মানুহ জন্মৰে নহয় , কৰ্মৰে হে মহান হয় ....

 মানুহ জন্মৰে নহয় , কৰ্মৰে হে মহান হয় .!
.
* সম্বন্ধ বোৰ ৰাখিবলৈ সময় উলিয়াবা ,
কাৰণ তোমাৰ হাতত যেতিয়া সময় থাকিব হয়টো 
তেতিয়ালৈকে সেই সম্বন্ধ বোৰেই নাইকিয়া হৈ যাব .!
.
*খালী পেট , খালী পকেট আৰু মিছা প্ৰেম 
এই তিনিটাই মানুহৰ জীৱনত বহু কিছু 
শিকাই থৈ যায় .!
.
*সচাঁ কথা :-- গভীৰ নিদ্ৰা সৰুকালতেই আহিছিল ,
এতিয়া মাথোঁ আহে যদি ভাগৰৰ টোপনি .!
.
*এই পৃথিৱীত টকা যিমানেই তললৈ নাযাওক কিয় 
ইমান তললৈ কেতিয়াও যাব নোৱাৰে যিমান মানুহে টকাৰ বাবে তললৈ গতি কৰি আছে .!
.
*মা " যিমানেই পঢ়া শুনা নহওঁক কিয় 
সংসাৰৰ দুৰ্লভ আৰু মহত্বপূৰ্ণ জ্ঞান খিনি এই মা"ৰ পৰাই পাওঁ .!
.
*প্ৰেম কিয় অন্ধ জানানে ..?
.,.,.,., কাৰণ তুমি জন্ম নহওঁতেই তোমাৰ মা" য়ে তোমাক প্ৰেম কৰিবলৈ আৰম্ভ কৰিলে . 
.
*শুনিবলৈ পাওঁ যে : প্ৰথম প্ৰেম পাহৰিব নোৱাৰি , কিন্তু 
কিয় জানো মানুহে নিজৰ মা - দেউতাই কৰা প্ৰেমৰ কথা পাহৰি যায় ..?
.
* সকলোৱে কয় দুখ আহিলে সকলোকে কন্দোৱাই থৈ যায় 
কিন্তু মই কৈছোঁ যেতিয়া দুখ আহে 
মানুহক এটা নহয় এটা শিক্ষা থৈ যায় .!
.
* ভাবি প্ৰেম কৰিবা কিন্তু প্ৰেম কৰি কেতিয়াও নাভাবিবা .!

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা