সুখৰ নিচুকনি বাটে লৈ যাম তোমাকো
সুখৰ নিচুকনি বাটে লৈ যাম তোমাকো ..
হেঁপাহবোৰ কোঁচত তুলি
আওপকীয়াকৈ বাৰে বাৰে সুধিম ..
কিমান ভালপোৱা মোক ??
✿❀✿
এদিন সুধিছিলা তুমিয়েই মোক
__ মোক কিয় ভাল নোপোৱা অনু ?
__ এনেই .. । নোৱাৰো তোমাক ভাল পাবলৈ পৰশ ।
___ কিন্তু কিয় !!
পৰশ মুক হৈ পৰিছিল ।
___ শুনাছোন পৰশ ..
___ ওম কোৱা ।
__ যদি মই তোমাক ভালপাওঁ বুলি কওঁ । কি কৰিবা তুমি ??
___ স্তব্ধ হৈ ৰব দুটি ওঁঠ ।
__ কিয়
___ কিয় টোৰ Ans মোৰ ওচৰত নাই অনু !!
___ ময়ো তোমাক ভাল পাওঁ পৰশ ।
__ সচাঁ অনু ।
__ ওম সচাঁ ..
ভালপোৱাই ভাল লগাক এনেদৰেই বিচাৰি লয়
Comments
Post a Comment
ধন্যবাদ