সম্পৰ্কটোক চ্ছেদ্ কৰিলা

সম্পৰ্কটোক চ্ছেদ্ কৰিলা , কিন্তু কি জানানে ... সময় সদায় ৰৈ নাথাকে , আৰু তাৰ লগতে তোমাৰ মনো সলনি হৈ গৈ থাকে ..... এদিন বুজি পাবা , সেই অতীতত কৰি অহা ভুলবোৰৰ কথা , যেতিয়া কোনোবাই তোমাক তেনেদৰে নিথৰুৱা কৰিব , মাজভাগত এৰি দিব আৰু কব " মই তোমাক ভাল পাব নোৱাৰিম "! হয়টো তেতিয়া বুজিবা প্ৰেম নামৰ সাগৰৰ জ্বালা যান্ত্ৰণা ....!! বুকুত মাথোঁ উচ্চ স্তৰৰ ভূমিক্পই কম্পমান কৰিব , নিজক দুখ দিবলৈও শব্দ কম পৰিব , আৰু সেইযে সময়বোৰ ..... হয়টো সময়বোৰেও তোমাৰ সৈতে লুকা ভাকু খেলাৰ আৰম্ভ কৰিব ...!

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা