মই কেতিয়াও ভবা নাছিলো …………
এদিন যে তোমাৰ অবিহনেও মই হাহিব পাৰিম।
ভবা নাছিলো তুমি এৰি যোৱাৰ পৰা যে,মই অান কাৰোবাক অাকোৱালী ল'ৱ পাৰিম।……
মাত্ৰ ভাব এটাই হৈছিল……যে কেতিয়াও মই মোৰ দুখৰ দাগ অাৰু মচিব নোৱাৰিম
অন্ধকাৰবোৰক কেতিয়াও অাৰু পোহৰ লৈ টানি নিব নোৱাৰিম…………।
কিনো বিচাৰিছিলো……………
ভালপোৱাৰ বিনিময়ত?
এটাইতো বিচাৰিছিলো,
অলপ তোমাৰ বাবে জীয়াই থকাৰ………তোমাৰ দুখত দুখি হোৱাৰ।।
সেইটো কি মোৰ ভুল অাছিল……অাৰু সেই ভুলৰ
পৰিণতিয়েই নহয় জানো অামাৰ বিচ্ছেদ………?
অাজি সলনি সকলো……………তুমি……
……
লগতে মইও……………
তোমাৰ হয়টো হিংসা হ'ব……………যে মই সুখত হাহিছো।।……
ভবা নাছিলো…………কিন্তু সচা………।
মোৰ দৰেই বহুতো দূৰ্ভগীয়া প্ৰেমিক অাজি ভুল সীদ্ধান্তত…………যে তেওলোকে কেতিয়াও হাহিব নোৱাৰিব…………তেওলোকৰ দুখবোৰ অাৰু মচিব নোৱাৰিব।।………
সেইসকলে মনত ৰাখিব যে…………এসময়ত প্ৰেমিক সলনি হোৱাৰ দৰে এদিন তুমিও সলনি হৈ যাবা।……
তেওৰ সৈতে সম্পৰ্কৰ ভাববোৰ সেই সময়তো ভুল অছিল যে………তেও সদায় তোমাৰ হৈয়ে ৰ'ব……………অাৰু অাজিও তুমি ভুল যে তেওৰ অবিহনে তুমি কেতিয়াও সুখি হ'ব নোৱাৰিবা।।
মনত ৰাখিবা…………সময়ে দিয়া যান্ত্ৰণাবোৰ মচি নিয়া দায়িত্বও সময়ৰ……………কেতিয়া কেনেকৈ নোহোৱা কৰি তোমাক সুখ দি যাব তুমি অনুমান কৰিবই নোৱাৰিবা।।………
সচা কৈছো…………ভবা নাছিলো………কিন্তু সচা।………তোমাৰ ওঠত ফুটি উঠা এই মিছিকিয়া হাহিটোৰ দৰে………………।
ধন্যবাদ…………<<<বিকি
জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…
জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই……………অাজি নিজকে এবাৰ লক্ষ্য কৰা……… তুমি কিমান কঠোৰ?…… লাহে লাহে তুমি নজনা কৈয়ে যে দুখবোৰ পাতল হ'ব অাৰম্ভ কৰিছে…………কি দিন অাছিল অা...
Comments
Post a Comment
ধন্যবাদ