অপেক্ষাই মানুহক বহু ধৰণৰ অভিজ্ঞতা দিয়ে

অপেক্ষাই মানুহক বহু ধৰণৰ অভিজ্ঞতা দিয়ে………………কাৰোব
াক বহু সুখ………কাৰোবাক যান্ত্ৰণা।
এই অপেক্ষাতেই থাকে জীৱনৰ ৰস…………লুকাই থাকে নানা ধৰণৰ সমস্যাৰ পৰা মুক্তি……কিছু নতুন চিন্তা,,হয়টো এই অপেক্ষাতেই কিছুমানৰ বাবে ৰৈ যাব স্মৃতি।।
অপেক্ষা কৰা অাৰু কৰোৱা……………এই দুয়োটাৰ পাৰ্থক্যই বেলেগ বেলেগ………জীৱনত এনেকোৱা কিছুমান মানুহক লগ পোৱা যায় যিবোৰে সদায় যিকোনো কাৰণত মাথো অপেক্ষা কৰোৱাই অাৰু সেইবোৰৰ পৰা অৱশেষত ৰিজাল্ট বৰ যান্ত্ৰণাদায়ক হৈ উভতি অাহে।।……………যাৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই সকলোৰে পৰা দূৰৈত পলাব বাধ্য কৰোৱাই।।……………
সেই সময়ত সেই অপেক্ষা কৰোৱা জনে কেতিয়াও বুজিব চেষ্টা নকৰে………তেওৰ বাবে অপেক্ষা কৰাজন কিমান কষ্টত থাকিব লগা হৈছে…………………।
জীৱনত অপেক্ষা কৰোৱাজনে সদায় ভবা উচিত যে তেওক যি কাৰণত যিজন মানুহে অপেক্ষা কৰি অাছে………তেওৰ সেইটো দিব পৰা ক্ষমতা অাছেনে নাই।।……
যদি অাছে…………তেওৰ সামান্য ধৰ্য্যৰ পৰীক্ষা লৈ সেইটো দিয়া উচিত অাৰু যদি নাই তেওক অপেক্ষা কৰোৱাৰ কোনো অধিকাৰ নাই।।………
জীৱনত যদি অানক সুখ দিব নোৱাৰা মনত ৰাখিবা দুখ দিয়াৰো তোমাৰ অধিকাৰ নাই।।……………
মানুহৰ অপেক্ষাবোৰ সদায় যোগাত্মক ভাবেৰে অৰ্থাৎ সকলোবোৰ ভাল হোৱা কামনাৰে জীয়াই থাকে অাৰু সেইটো ভাল হ'ব নে বেয়া হ'ব সেইটো বাচি দিয়াটো সময়ৰ হাতত অৰ্থাৎ ভগৱানৰ হাতত।
সেয়েহে…………অপেক্ষাই মানুহক বহু কিবা কিবি দি যায়………………সেইবাবেই কৈছো তুমি কেতিয়াও কোনো মানুহক জানি বুজি অপেক্ষা নকৰাবা…………কাৰণ তোমাৰ উত্তৰত কৈও অপেক্ষাই তেওৰ যান্ত্ৰণাবোৰ বঢ়াই……দিনে,প্ৰতিদিনে অাৰু বেছি………।।ধন্যবাদ………

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা