সম্পৰ্কৰ আৰত কিছু কথা......

সম্পৰ্কৰ অাৰত কিছু কথা………………
কিছুমান সম্পৰ্ক অামি ভবা ধৰণে নহয়……………ইয়াৰ অৰ্থ এইটো নহয় যে,অামি তেওৰ বাবে যুগ্য নহয়।………
মানুহে সদায় ভাবে…………পৃথিবীত যিজনে যি বিচাৰে পোৱাজনেই সুখি………কিন্তু পাহৰি পেলায় যে বিচৰাবোৰ পোৱাৰ অাৰত যে থাকে কিছুমান অপ্ৰিয় সত্য…………য'ত কিছুমানৰ সুখত লুকাই থাকে কাৰোবাৰ অসীম দুখ।।
প্ৰেমৰ বাবে মানুহে কি কৰা নাই…………অাত্মহত্যাৰ পৰা………হত্যালৈ………চকুপানীৰ পৰা…………বুকুত এবুকু স্মৃতিলৈ।…………
কিন্তু কি বিচাৰে প্ৰেমে……………অাচলতে সচা প্ৰেম ভালপোৱাই যে নিজৰ ভালপোৱাৰ সুখৰ অবিহনে একোৱেই নিবিচাৰে।।…………
কোন প্ৰেমিকে বিচাৰে নিজৰ ভালপোৱা…………দুখৰ সাগৰত ডুবি ককবকাই থাকক…………কোন প্ৰেমিকে বিচাৰিব তেওৰ প্ৰেমিক যান্ত্ৰণাৰ গভীৰ সোতত বৈ দিশহাৰা হওক…………কোনেও নিবিচাৰে………না তুমি………না মই।
তেতিয়াহ'লে………………তুমি অাজি কান্দি কি লাভ কৰিছা?…………
অৰ্থহীণ দুখৰ বোজা কঢ়িয়াই নষ্ট কৰিছা, তুমি তোমাৰ প্ৰকৃত ভালপোৱা।
হেৰাইটো এদিন সকলো যায়…………কোনো স্থায়ি নহয়……না তুমি………না তোমাৰ প্ৰেমিক…………জীয়াই থকাৰ মজা লোৱা তোমাৰ অাপোন বোৰৰ সৈতে………তোমাক বহু ভালপোৱা সেই অাপোনবোৰৰ সৈতে।।………
সময়ে যি কৰে ভালেই কৰে……………কাৰ বাবে কান্দিছা এবাৰ ভাবা……………
সেইজন…………যিজনে কেতিয়াও তোমাক নিজৰ কৰি লোৱা নাই…………যিজনে কেতিয়াও সন্মান দিয়া নাই তোমাৰ মৰম ভালপোৱাৰ।।
মনত ৰাখিবা……………কেতিয়াও সেইজনক তোমাৰ জীৱনৰ চাবি কাঠি এৰি নিদিবা যিজনে তোমাক কেতিয়াও নিজৰ বুলি ভাবিব পৰা নাই।।কেতিয়াও সেইজনৰ বাবে অপেক্ষা নকৰিবা,যিজনে তোমাক অবহেলাৰ বাহিৰে একো দিয়া নাই।।সময় বৰ মূল্যবান…………নষ্ট নকৰিবা…………কাৰণ তোমাক ভালপোৱাবোৰৰ বাবে জীয়াই থকাৰ সময় বৰ কম।।ধন্যবাদ…………।
<<লিখনি সমুহৰ অাদৰ কম দেখা পোৱা গৈছে………সকলো ভালে থাকিলেই হ'ল………মোৰ শেষ লিখনি।…………

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা