মানুহ যিমানৰ যোগ্য সিমানতেই সুখি থকা প্ৰয়োজন……
মানুহ যিমানৰ যোগ্য সিমানতেই সুখি থকা প্ৰয়োজন………………পৃথিবীত
ভিন্ন ধৰণৰ মানুহ…………য'ত কৰ্মৰ দ্বাৰা উচ্চৰ পৰা মধ্যলৈ………মধ্যৰ পৰা
নিম্নলৈ………অাৰু সেইকেইটা শ্ৰেণীৰ ভিতৰত নিজে কি তাক হয়টো
নিজৰ বাহিৰে ভালদৰে কোনেও নাজানে।।………
সৰুতে এষাৰ কথা শুণিছিলো……………বাওনা হৈ স্বৰ্গলৈ হাত মেলিব
নালাগে……………সেই কথাষাৰৰ বিৰোধিতাও কৰিছিলো……যদি
উচ্চকাংক্ষ্যাই নাথাকে জীৱনত অাগবঢ়িম কেনেকৈ…………তেনে ভাব
লৈয়ে সপোন দেখিছিলো……………চকু মেলি সপোন,যি সপোন পিছলৈ
যান্ত্ৰণা হ'লগৈ……………যি সপোনে মনক চঞ্চল হ'ব বাধ্য কৰালে অাৰু
শেষত অাজি বুজিলো সেইবোৰ মোৰ দূৰাকংক্ষ্যাহে অাছিল।।………
মানুহৰ ভাগ্য অাৰু চেষ্টা…………এই দুয়োটাৰ যদিও মিল নাই তথাপি ইহত
দুয়োটাৰ অবিহনে জীৱনত একো পোৱা নাযায়……………শিক্ষিত
হিচাপে,নতুন প্ৰজন্ম হিচাপে হয়টো ক'বহে পাৰিম যে…………মানুহৰ ভাগ্য
বুলি একো নাই…………… তথাপি মনৰ মাজত খেলিমেলি হ'ব যে কথাষাৰৰ
শুদ্ধতা কিমান………অৰ্থাৎ মানুহৰ চিন্তা,অাৱিষ্কাৰৰ শেষ য'ত হয়টো তাৰ
পৰাই অাৰম্ভ ভাগ্য নাইবা ভগৱান।।
এটা নিিৰ্দষ্ট সময়লৈ মানুহ বেকাৰ হৈ থকাই বহুত ভাল……………চেষ্টা
অাৰু অপেক্ষাই দিব পাৰে হয়টো তোমাকো এটি সুবৰ্ণ সুযোগ………কিন্তু
অপ্ৰয়োজনিয় ব্যষ্টতাই কৰিব পাৰে সকলো ধ্বংস।।
পৰিবৰ্তণ প্ৰকৃতিৰ নিয়ম……………অৰ্থাৎ পৰিবৰ্তণ সকলো বস্তুৰেই হৈ
যায়………তেনেকৈ মানুহৰো……………অাজি একো নাই………কাইলৈ বহুত
পাবা………অাজি দুখ………কাইলৈ সুখ…………সকলো হ'ব পৰিবৰ্তণ,কিন্তু
মনত ৰাখিবা কেতিয়াও উচ্চকাংক্ষ্যা বোৰক দূৰাকাংক্ষ্যালৈ পৰিবৰ্তণ হ'ব
নিদিবা।।
ধন্যবাদ……
Comments
Post a Comment
ধন্যবাদ