তোমাক বিছাৰে
তোমাক বিছাৰে
বলিয়া মনে কিয় তোমাক বিছাৰে.....
এয়া কি লালখা নে মই প্ৰেমত পৰিছো..?
থকাতো বহুত বন্ধু আছে মোৰ জীৱনত....
তোমাৰ লগত কথা নপতাকৈ থাকিব নোৱাৰো..।
কিয় নাজানো তোমাৰ চকু জুৰি মোক.....চেঃ
নকয় আৰো মই থাকিব নোৱাৰিছো।
নাজানো পৰি নাম কি প্ৰেমৰ আদি কি অন্ত কত,?
হয়তো মিছাতে তোমাক মই বিছাৰি ফুৰিছো।
মই জানো তুমি মোৰ কেতিয়াও নোহোৱা,...মই বুজো তুমি আন এজনক খুবেই ভাল পোৱা কিন্তু তোমাৰ আবিহনে মই থাকিব নোৱাৰিছো...।
মই এয়া কি কৰিলো, কাৰোৱাক বিপদৰ পৰা ওলিয়াব গৈ নিযে বিপদত পৰিলো..., এয়া কি জ্বালা বেঃ প্ৰমৰ তোমাৰ ছবি নেদেখাকৈ থাকিব নোৱাৰিছো....।
কি বুলি কম, কেনেকৈ তোমাক মোৰ প্ৰেমৰ প্ৰস্তাৱ দিম, ভাবি ভাবি মই আৰু নোৱাৰিছো।
চম্ভালি লোৱা মোক, কিযে প্ৰেমৰ দুখ মই আৰু নিজকে চম্ভালিব নোৱাৰিছো।
লিখিবতো বহুত আছে আৰু বেছি নিলিখো বাদ দিয়া...পঢ়ি হয়তো তুমি মোক বেয়া য়ে পায় যোৱা....।
Comments
Post a Comment
ধন্যবাদ