বিশ্বাস কৰা....
বিশ্বাস কৰা……………………অনুগ্ৰহ কৰি তুমি মোক বিশ্বাস কৰা…………
এইষাৰ কথা কোৱাৰ তোমাৰ কোনো অধিকাৰ নাই,যদি তুমি তেওক কেতিয়াও বিশ্বাস দিব পৰা নাই।।
কোন সতে বিশ্বাস কৰিব তেও তোমাক,,য'ত বাৰে বাৰে তোমাৰ চৰিত্ৰত সন্দেহ হ'ব অাৰম্ভ কৰে।।,………তেও বাধা কৰে সেইটো কাম কৰিবলৈ,যি কামত তোমাৰ ক্ষতি হয়।তেও যাবলৈ বাধা দিয়ে সেই ঠাইলৈ,যি ঠাইত তোমাৰ লোকচান অাৰু বাৰে বাৰে য'ত তুমি মাথো ব্যৱহাৰ হে হোৱা।
কাৰ বাবে,কাৰ ভালৰ বাবে তোমাৰ ভালপোৱা ইমান কঠোৰ হ'ব অাৰম্ভ কৰে………তুমি নিজেও জানা যে তেও বহু ভাল পাই বাবেই কঠোৰ তোমাৰ বাবে।।
তেওৰ জীৱন তোমাৰ সতে জড়িত,,তোমাৰ সুখত হাহিব বিচাৰে তেও,,,
জানো কিছুমান সময়ত ভালপোৱাৰ কিছুমান কথা শুণাত অসুবিধা হয়,তথাপি তেওক মনোকষ্ট নিদি এষাৰ কথা অন্তত শুণা উচিত।।
ভালপোৱাৰ কোনো অৰ্থ নাই,,য'ত বাৰে বাৰে তেও বেয়া পোৱা কামকেই সঘনাই কৰা যাব…………তেওক লুকুৱাই,মিছা কৈ নিজকে চতুৰ সজোৱাতো একপ্ৰকাৰৰ নিজক মিছা কোৱাৰ দৰে হয় গৈ,,,,কিমান মিছা কৈ কোৱা যাই নিজৰ ভালপোৱাক,,বুৰ্বক বনাই কিমান হাহিৰ পাত্ৰ সজোৱা যাই বন্ধুবৰ্গৰ ওচৰত অাৰু সেই ভালপোৱাই সকলো সহ্য কৰি, অৱশেষত কান্দি সময় পাৰ কৰিব লগা হয়।।
কান্দি সকলোৱে পাইছে,হয়টো অনুভবও কৰিব পাৰে সকলোৱে যে কিমান বুকুখনত যান্ত্ৰণাৰ হেচাত পৰি চকুপানী বাহিৰ হ'বলৈ বাধ্য হয়।।……………………
মানুহে অাগত বিশ্বাস দিয়াটো শিকাৰ প্ৰয়োজন………………অাৰু যদি দিব পৰা নাই,সচাকৈ কৈছো তোমাৰো কোনো অধিকাৰ নাই কোৱাৰ,অনুগ্ৰহ কৰি মোক বিশ্বাস কৰা।।ধন্যবাদ……
Comments
Post a Comment
ধন্যবাদ