অাপোন জনৰ লগত হোৱা বিচ্ছেদ…


অাপোন জনৰ লগত হোৱা বিচ্ছেদ………তেওৰ পৰা পোৱা অাঘাট যান্ত্ৰণাবোৰৰ কাৰণ যদি বিচৰা যায়…………খুব সৰু কাৰণ কিছুমান ওলাই পৰিব………যি কাৰণ প্ৰতাৰণা বা অবহেলা কৰাৰ কোনো যুক্তিয়েই নাথাকে।।………
যদিও তেও সেই সৰু কাৰণ বোৰক ডাঙৰ সজাই তোমাৰ পৰা অাতৰি যায় অাৰু সেই যান্ত্ৰণাত ককবকাই যেতিয়া তুমি তেওক কান্দি কান্দি কৈও বুজাব পৰা নাই………তেতিয়া হ'লে তুমি বুজিবা যে,তোমাৰ মন মগজুক অাঘাট কৰি তেও তোমাক অকলশৰে কটাই জীয়াই থাকিব বাধ্য কৰি গ'ল।।…………
ভালপোৱাত অাটাইতকৈ বেছি দুখ তেতিয়া হয়………যেতিয়া তুমি তোমাৰ অসীম ভালপোৱাক বুজাব অসামৰ্থ হোৱা।।………
তেও এৰি যোৱাৰ বাবেও হয়টো দুখ বেছি নহয়…………দুখ বেছি হয় বিশ্বাসঘাটকতাত অাৰু মিঠা মিঠা কথাবোৰৰ মাজেৰে অান্ধাৰত ৰাখি হৃদয়ত অাক্ৰমণ কৰা।।
প্ৰতাৰক বোৰক শুধিলে সহজে কৈ দিব……………অাগত ভাল পাইছিলো এটিয়া অাৰু ইচ্ছা নাই………………পাহৰি গ'লেই হ'ল।।………
সেই সকল প্ৰতাৰকক শুধিবা লগ পালে অাৰু উভতাই বিচাৰিবা…………তোমাৰ সেইবোৰ সময়,সেইবোৰ অাবেগ অনুভুতি,ভালপোৱা যি তোমাক ভালপোৱাৰ ইচ্ছাত তুমি তেওক দিছিলা।।
অাচলতে এটা ভালপোৱা সম্পৰ্কৰ অবহেলাত এজন মানুহ অলপ সময়ৰ বাবে হ'লেও হাৰি যায়…………তেও যিমান শক্তিশালি নহওক কিয়………হৃদয়খন অলপ সময়ৰ বাবে হ'লেও কপি উঠিব।।
কিন্তু,
অামি এটা কথা মনত ৰখা উচিত যে…………এটা সময়ত তোমাৰ ভালপোৱাই তোমাক এৰি যোৱাৰ যি নিষ্ঠুৰ সীদ্ধান্ত লৈছিল অাৰু তোমাক অকলশৰে মৰি মৰি জীয়াই থাকিব বাধ্য কৰিছিল……………সেই সীদ্ধান্ত যে তেওৰ শুদ্ধ নাছিল তাক প্ৰমাণ কৰা দায়িত্ব তোমাৰ।।
সময়ে যদি ঠেলি বাগৰাই দিছে…………মন অাৰু বুকু ডাঠ কৰি থিয় হৈ চিঞৰি কোৱা যে হে ভগৱান অন্তত সেইখিনি শক্তি মোক দিয়া…………যাৰ বাবে মই নিজৰ চেষ্টাত মোৰ লক্ষ্য স্থিৰ কৰিব পাৰো।।…………
মনত ৰাখিবা এটিয়া যদি এই যান্ত্ৰণা বোৰৰ পৰা উঠিব নোৱাৰা অাৰু কেতিয়াও নোৱাৰা………ন'হলে সেই প্ৰতাৰক জনে অাকৌ হাহিব………ক'ব সেই সময়ত তেওৰ পৰা অাতৰি মই সঠিক সীন্ধান্তই লৈছিলো।।ধন্যবাদ…………

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা