মই--তোমাক-ভাল-পাও

#----মই--তোমাক-ভাল-পাও---# …… তুমি নাজানিলেওঁ মই জানো, মোৰ
মনৰ কথা ।
মই যে তোমাক ভাল পাওঁ ,
মোৰ প্ৰেম তোমাক প্ৰকাশ
কৰা নাই
আৰু কেতিয়াও নকৰো ।
তোমাৰ অজানিতে ভাল পাই
থাকিম ।
তোমাক ভাল পাওঁ বুলি নকওঁ । মোৰ
ভয় হয়,
যদি তোমাক ভাল পাওঁ বুলি কওঁ আৰু
তাৰ প্ৰত্তোত্বৰত তুমি "না" কোৱা !
উহ: মোৰ বাৰু কি হব ?
তোমাৰ মুখৰ পৰা "না" শুনিব
পৰা ধৈৰ্যকন মোৰ নাই ।
তোমাক ভাল পাওঁ বুলি নকওঁ । কাৰণ
তোমাক মই সঁচাকৈয়ে ভাল পাওঁ ।
তুমি নজনাকৈয়ে মনৰ মাজত তোমাৰ
ছবিখন আঁকিলো ।
সেই ছবিখন কেতিয়াও মচিব
নোৱাৰো

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা