অামাক যিবোৰ সম্পৰ্কই বাৰে বাৰে কন্দোৱাই………
অামাক যিবোৰ সম্পৰ্কই বাৰে বাৰে কন্দোৱাই…………অাম
ি সেইবোৰ সম্পৰ্কৰ কথাই বেছি চিন্তা কৰি সময় পাৰ কৰি দিও।।
যিবোৰ সম্পৰ্কই অামাৰ নামেই নুশুণে…………অামি অাকৌ সেইবোৰ সম্পৰ্কৰেই বেছি সুখ কামনা কৰো।।
অামাৰ মনৰ,বেছি অাপোন বোৰৰ কি লেবেল…………বিশেষক
ৈ সেইবোৰ মানুহৰ যি বোৰে জানে যে…………অামি তেওক বহুত ভাল পাও…………।
যিমান বেয়াকৈ কোৱা বা বহু বেয়া পোৱাৰ অভিনয় নকৰা কিয়……………তেওলোকৰ নোম এডালো লৰচৰ কৰিব নোৱাৰি……………কাৰণ তেওলোকে জানে যে অামি তেওলোকৰ অবিহণে জীয়াই থাকিব নোৱাৰো।।………
অাচলতে প্ৰকৃত সম্পৰ্ক সেইবোৰকেই কোৱা যায়……………যিবোৰ সম্পৰ্ক মানুহৰ একপক্ষীয় ভাবে কাৰোবাৰ বাবে জীয়াই থাকে…………………যদিও সেইবোৰ মানুহ, সেইকেইজনৰ বাবে কল্পনাৰো অতিত,তথাপি তেওলোকে জানে যে তেওলোকক সেইকেইজনে বহুত ভাল পায় অাৰু সদায় তেওলোকৰ ভাল হোৱা কামনা কৰে।।
সকলো সম্পৰ্কৰে এটা নাম থাকে……………যিবোৰ সম্পৰ্কৰ মাজেৰে মানুহে জীয়াই থাকিব শিকে,জীৱনৰ সকলো সুখ তেওৰ সৈতে অাদান প্ৰদান কৰে যদিও কিছুমান সম্পৰ্কৰ কোনো নাম নাথাকে, হয়টো নাম দিব বিচাৰিলেও যাৰ সৈতে সম্পৰ্ক বিচৰা যায়, তেও সেই নাম দিব সুবিধা নিদিয়ে অাৰু মনৰ মাজতেই তাক হেচি মোহাৰি পেলাব বাধ্য হৈ যোৱা যায়।
তথাপি………সেইবোৰ সম্পৰ্ক নাম থকা সম্পৰ্কত কৈয়ো বহু ওপৰত………যিবোৰ সম্পৰ্কত কেতিয়াও নাহে হিংসা,জ্বলন নাইবা সমালোচনা…………মাথো মনেৰে কামনা কৰা যায় তেওলোকৰ কৃতকাৰ্য্যতা………।।
সেইবোৰ সম্পৰ্কত কেতিয়াও একো লোৱাৰ বাবে চেষ্টা কৰা নাযাই……………য'ত সময় সুবিধাৰে নিজৰ কলিজাৰ তেজ পুৰি হ'লেও দিব চেষ্টা কৰা যায় জীৱনৰ সমস্ত সুখ।।…………
শেষতো হয়টো তেওলোকে কেতিয়াও এটা নাম নাপাব……………তেওলোকৰ ভালপোৱাৰ বিনিময়ত কেতিয়াও অলপ সন্মান নাপাব…………সেই ধূপ ডালৰ দৰে,যি ডাল ধূপে পুৰি ছাই হৈ সুগন্ধী বিলায়……………সেই মমডালৰ দৰে যি ডালে নিজে গলি পোহৰ বিলায়।।
ধন্যবাদ………………
Comments
Post a Comment
ধন্যবাদ