সময়ৰ ওপৰত এৰি দিয়া তোমাৰ বাবে যোগ্য কোন হ'ব।

সময়ৰ ওপৰত এৰি দিয়া তোমাৰ বাবে যোগ্য কোন হ'ব।।…………………… ধৰফৰাই প্ৰেম বিচাৰিলে বা কাৰোবাক পাবৰ বাবে মনত গভীৰ ভাবে দুখ লৈ ভাবি থাকি,,তোমাৰ একো লাভ নাই।। যিজনে বুজিব ইচ্ছা নকৰে……………………তুমি হাজাৰ চেষ্টা কৰা,তেওৰ মনত তোমাৰ বাবে ঠাই উলিয়াব নোৱাৰা।। শুই থকা মানুহক জগাব ভাল,,কিন্তু শুই থকাৰ অভিনয় কৰা মানুহক জগাব বহু কঠিন।। প্ৰেম অন্ধ বাবে হয়টো কেতিয়াবা তোমাৰ মনত অনুভব হয় ………যে তেও মোৰ মৰম কিয় বুজি পোৱা নাই………নে তেওও মোৰ বাবে চিন্তা কৰি বহু দুখত অাছে নেকি??তেও হয়তো মোক বহু ভালপাইও নাপাও বুলি কৈছে।।এদিন হঠাৎ হয়তো অাহিব অাৰু মোক কান্দি কান্দি অাহি সাবটি ধৰিব।। একো নহয় এইবোৰ……………… তুমি সময় নষ্ট কৰি অাছা………… তেওৰ মনত তোমাৰ বাবে,, একমিনিট সময় ভাবিবও সময় নাই।।যিদিনা তোমাক তেও এৰি গৈছে,সেই দিনাই তেও তোমাৰ নামটো তেওৰ হৃদয়ৰ পৰা নোহোৱা হৈ গৈছে।। তোমাৰ কল্পনা,মাত্ৰ তোমাৰ তাতেই সীমাবদ্ধ হৈ অাছে।। বাৰে বাৰে তেওৰ কথা ভাবি মোবাইলটো চাইও লাভ নাই,,অাগৰ দৰে একো নহয়,,তেওৰ কথা ভাবিলেই হঠাৎ তেওৰ মছেজ বা ফোন অাহিছিল হয়তো মিছকল,,…………… কিন্তু,,এটিয়া সেইবোৰ একো নহয়।। চকু পানী মছি সেই নিষ্ঠুৰ জনৰ কথা ভাবি নিজৰ বহু ধুনীয়া মনটোক লেতেৰা নকৰিবা………। নহ'লে তেও অাকৌ উভতি অাহি তোমাৰ সৰলতাক দুৰ্বলতা বুলি ভাবি তোমাক ব্যবহাৰ কৰিব।। অনুগ্ৰহ কৰিছো…………… মই অন্ধ নহয় বাবে কথাবোৰ কৈছো……………অশান্তি হয়তো লাগিব…………… কিন্তু এইতোৱেই সত্য……………… যে তোমাক এৰি যোৱাজন তোমাৰ বাবে কেতিয়াও উভতি নাহে…………।। সেয়হে তুমিও তেওৰ স্মৃতি বোৰৰ পৰা উভতি অাহা…………দুখ বোৰক সুখলৈ পৰিবৰ্তণ কৰা।। নহ'লে বহু দুৰ নাই,তোমাৰ ভবিষৎ সেই প্ৰেমিকৰ নিষ্ঠুৰতা অাৰু অবহেলা বোৰৰ দৰেই হৈ পৰিব জীবনত।। মনত ৰাখিবা………হেৰুৱাবোৰ তোমাৰ নহয়…………………কাৰণ যিদিনাই তোমাৰ হেৰাইছিল সেইদিনাই সেইটো কোনোবাই বুটলি লৈ গৈছিল।

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা