এদিন সুখ নিশ্বয় হ'ব

এদিন সুখ নিশ্বয় হ'ব……………………… যেতিয়া মনৰ দুখ বোৰক বুজাব পৰা যাব।।…………………… যেতিয়া অাশাবোৰে নতুন ৰংৰ সন্ধানত কোনোবা অাপোন এজনৰ কাষ চাপিব।।……………… হেৰুৱা মৰম বোৰে বুজিব যে,,তেওৰ অবিহনে তেও কেতিয়াও সুখি হ'ব নোৱাৰে…………তেতিয়া……সচাকৈ এদিন সকলোৰে সুখ অাহিব। জীবন যুদ্ধত যেতিয়া শেষ হাহি তোমাৰ হ'ব……………হাহি হাহি যেতিয়া সময়ে মৰমেৰে তোমাক অাকোৱালি ল'ব…………সেইদিনতোত তুমি সকলোতকৈ সুখি হ'বা।। কিন্তু তুমি অনুভব কৰিবই নোৱাৰিবা……………যে তোমাৰ বহু দুখ অাছিল।।তোমাৰ এটা,, মাত্ৰ এটা সুখৰ হাহিত……………তোমাৰ সকলো দুখৰ চকুলো শুকাই যাব।। বতৰ সলনি হোৱাৰ দৰে তোমাৰো জীবনৰ ৰং সলনি হ'ব………প্ৰকৃতিৰ নিয়ম মানুহৰ দুখ সলনি হৈ সুখ হবই…………সকলোৰে,,অৰ্থাৎ তোমাৰো।। মানুহৰ বেয়া হ'ব লগিয়াতো কোনোৱেই ধৰি ৰাখিব নোৱাৰে………………কিন্তু,, তোমাৰ ভালহ'ব লগিয়াতোও কোনে ধৰি ৰাখিব পাৰিব।। …………………এদিনতো সুখ হ'বই……………… সেইদিনা তোমাক কোনে ৰাখিব……………সেইদিনা তোমাৰ হাহিত তোমাক বেয়া পোৱাবোৰৰ হৃদয় কপি উঠিব…………।। সেইতো তোমাক বেয়াপোৱা বোৰৰ বাবে অাটাইতকৈ ডাঙৰ শাস্তিও হ'ব………তোমাৰ সুখৰ হাহি।। এদিন সকলো হ'ব তোমাৰ…………সকলোবোৰ……………কৈছোৱেই নহয়……………… প্ৰকৃতিৰ নিয়ম………ভগৱানৰ চকুত কোনেও সাৰি নাযাই,,,,,,,,,,,,,,,হিচাপ হ'ব সকলোৰে।। হয়তো তোমাৰ দুখবোৰৰো,,যান্ত্ৰণা বোৰৰো।। তেতিয়া তুমি এবাৰ অন্তত অতিতলৈ মনত পেলাবা……………দেখিবা তোমাক বেয়াপোৱা মানুহ অাৰু তোমাতকৈ সুখি কোনো এজনো নোলাব।।এইতোৱেই সত্য…………মথো অপেক্ষা কৰা।। ধন্যবাদ…………

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা