প্ৰেম কি......?
প্ৰেম কি......? কিয় আমি পঢ়া বয়সত, কাৰুবাৰ প্ৰেমত পৰি নিজৰ মুল্যবান সময় খৰচ কৰো..........,
ভগৱানেটো ছ'বৰ বাবে এজন/এজনি কৈ গঢ়িছে, তেন্ত প্ৰেমৰ নামত এই খেল বিধ কিয়........?
খেল.....
হয় খেলবুলি এইতো কম কাৰন...... এদিনো এজনে আনজনক নেদেখাকৈ, কথা নপতাকৈ থাকিব নোৱাৰে........, বছৰ-বছৰ পাৰ হৈ যাই গমকে নাপায়..........,
প্ৰেম, প্ৰেম মাথো প্ৰেম.....,
ঘৰৰ কাম-বন এৰি, মা-দেওতাক মিচা কৈ.....
দুই মিনিট মাত্ৰ কথা পাতিবলৈ-লগকৰিবলৈ ব্যকুল হৈ পৰে.....,
প্ৰেমিক/প্ৰেমিকাই যদি কিবা কটু শব্দ কয়, খাবলৈ মন নাজাই, টোপনি নাহে.......,
হয়তো কান্দি-কান্দি নিজান ৰাতি পাৰ কৰে....., কাকু নিজৰ মনৰ দুখ-কষ্ট কব নোৱাৰে.....,
মাথো প্ৰতিটো মূৰ্হুততে তেও/তাই হে মনলৈ আহে.....,
যেনে তেনে কৈ হলেও এবা তাইৰ/তেওৰ মাত শাৰ শুনিব মন যাই......,
চাবলৈ মন যাই.....,
কিন্তু কেতিয়াবা হৰ্থাত সৰু কথাক লৈ কাজিয়াৰ সৃষ্টি হয় আৰু সম্পৰ্ক ভাংগি পৰে........
মুখলেও ঘুৰি নাচাই.....,
এজনে আনজনৰ নাম মাত্ৰয় শুনিব নিবিছাৰে......,
ভগৱানক কয় যে......
হেঃ ভগৱাহ কিয় এনে হ'ল কি মুৰ প্ৰেমত সত্যতা নাছিল.......,
নে মই তাইক/তেওক সচা হৃদয়ে ভাল পোৱানাছিলো......,
তেও/তাই কিয় মুৰ বিশ্বাস নকৰিলে.......?
কিয়.....?
কিয়....?
কিয়.....?
আমি বোৰে পাহৰি যাও যে ভগৱান আছে, যি জনে জন্মৰ পূৰ্বে আমাৰ ভাগ্যৰ লিখনি লিখি .......
আমাৰ কপালতু এজন/এজনিকৈ জিৱন সংগি আছে.....
যিমান যি হলেও ভাগ্যৰ লিখনি কেতিয়াও খণ্ডিত নহয়.....
যি হ'ব আছে হবই .....
আমি একো সলনি কৰিব নোৱাৰু, তেন্তে কিয় আমি নিজৰ লাগতিয়াল সময় বোৰ খৰছ কৰু প্ৰেম নামৰ খেল খেলি......,
Comments
Post a Comment
ধন্যবাদ