অ'মই ভালে আছো
সদায় সঘনাই কোৱা এষাৰ মিছা কথা…………………ভালে অাছো'''………………
হৃদয়ত বহু যান্ত্ৰনা লৈ হ'লেও অাপোন বোৰৰ সুখৰ বাবে ক'ব বাধ্য তুমিও………অ' মই ভালে অাছো।
হৃদয়খন ইমান বেছি কোমল যে,,, মৰম, ভালপোৱাবোৰক কোনোবাই বহুত বেয়াকৈ অপমান কৰাৰ পিছতো,,সুখি হোৱাই কামনা কৰা যায়।। সেই যান্ত্ৰণাবোৰ বহুত ধৰ্য্য ধৰি নিজক বুজাই সকলোৰে লগত হাহি হাহি জীয়াই থকাৰ অভিনয় কৰা কিমান কঠিন মই অনুভব কৰো।…………
নিজৰ মানুহবোৰে নজনাকৈ কন্দাৰ চেষ্টাত ধৰা পৰাৰ ফলত যেতিয়া শুধে,,কিয় কান্দিছা অাৰু মুখত মিছিকিয়া হাহি এটাৰে যেতিয়া ডাইৰেক্ট কৈ দিয়া যায়,,, নাই অ'' অাজি দিনত বহু ধুলি চকুত সোমাইছে,,মইটো ''ভালেই অাছো ক'ত কান্দিছো'"……সেই যান্ত্ৰণাৰ কথা মই অনুভব কৰিব পাৰো।।
বিশ্বাসঘাটক কৰাৰ পিছতো তেওক ভালপোৱা,,সদায় তেওৰ ভাল হোৱাতোৱেই কামনা কৰা,কেতিয়াবা খংঙত দিয়া গালিবোৰৰ বাবেও নিজকে দুষ দিয়া যায়……প্ৰশ্ন কৰা যায় নিজক…কিয় যে গালি পাৰিলো,,দুখেই পালে চাগে মনত।।
সচাকৈ ……………
এনেবোৰ প্ৰেেমই অাচলতে মহান…………
এনেকোৱা ভালপোৱাৰ মুল্য কোনেও দিব নোৱাৰে।………
অতিবেছি মৰম……অতিবেছি বিশ্বাস……অাৰু এই অতিবেছি বিছাৰো বা কৰো বাবেই অামাৰ বাবে হয়টো অতিবেছি দুখ।।…………
সেইবাবেই হয়টো অভিনয়ত ব্যষ্ট হ'ব লগা হয়………নিজৰ অনুভব লুকুৱাই ৰাখিব লগা হয়……মিছাৰ অাশ্ৰয় ল'ব লগা হয়…………নিজৰ চকুপানী লুকুৱাই হাহি দেখুৱাই ক'ব লগা হয়…………মই ভালে অাছে………সচাকৈ সুখত অাছো।।ধন্যবাদ………
Comments
Post a Comment
ধন্যবাদ