তোমাক যদি কোনোবাই সচাকৈ ভাল পায়
এটা সম্পৰ্ক তোমাক যদি কোনোবাই সচাকৈ ভাল পায়,তেও কোনোদিনেই তোমাক এৰি গুছি নাযাই,কাৰণ এৰি যোৱাৰ বাবে যদি এশতা কাৰণো থাকে,তেও তোমাক অাকোৱালী ল'ব বা ভালপাবলৈ অন্তত এটা কাৰণ উলিয়াই ল'বই।। অৰ্থাৎ,তেও জানে যে তোমাৰ অবিহনে তেওও জীয়াই থাকিব নোৱাৰে।।তেওও তোমাক বহুত ভাল পায়।। সেয়েহে হয়তো সন্দেহ ও বহুত কৰে,ইয়াৰ অৰ্থ এইতো নহয় যে তেও তোমাক বিশ্বাস নকৰে।ইয়াৰ কাৰণ সেইতোহে যে তেও,,তোমাক হেৰুৱাব নিবিছাৰে।। এটা সম্পৰ্ক ধৰি ৰখা বহু কঠিন,,সেই সম্পৰ্ক ধৰি ৰাখিবলৈ দুয়োৱে যে কিমান ত্যাগ কৰিব লাগে,,ভাল সম্পৰ্ক থকা জনেহে জানে।।তেওৰ দৰে তুমি হোৱা,তেওৰ প্ৰতিতো ভালপোৱাক অাকোৱালি লোৱা,তেও খঙত পৰা গালি বোৰকো কবিতাৰ ভাষাৰে ন' ৰূপ দিয়া,ৱাহ …………………অাৰু যে কিমান।। ভাল লাগেনে কেতিয়াবা,যেতিয়া ভালপোৱা জনে কিবা ভুল কৰি, তুমি নুশুধাৰ অাগতেই চকু এটা বন্ধ কৰি কৈ দিয়ে,প্লীজ গালি নিদিবা,প্লীজ প্লীজ……………অাৰু তুমিও যে কৈ দিয়া এনেই………নিদো…………মই নো গালি দিব তোমাৰ কোন?? বহুত ভাল লাগে ন'………………যদিও এইবোৰ বৰ্তমান স্মৃতি,তথাপি সচা ভালপোৱা অাছিল বাবেই………মাজে মাজে এইবোৰ কথাই মনক বৰকৈ অামনি কৰে। সেইবাবেই চাগে প্ৰেমৰ অনুভুতি বৰ বিশাল…………………য'ত মনৰ মাজত অাজিও বন্দী কোনোবা অাপোন এজনৰ স্মৃতি।।………… (অাজিলৈ বহু লিখনি লিখিলো…………অাপোনালোকৰ পৰা পোৱা সহাৰিয়েই মোৰ উৎসাহ………… কমেন্টবোৰৰ উত্তৰ দিব নোৱাৰাৰ বাবে বহুত বহুত দুখিত……তাৰ বাবে কেতিয়াও যেন কোনেও ভুল নুবুজে,,,সকলোকে বহুত বহুত ধন্যবাদ……………………,,,))
Comments
Post a Comment
ধন্যবাদ