তুমি সুন্দৰ.....
তুমি সুন্দৰ……………………
তুমি সকলোতকৈ সুন্দৰ,,পৃথিবীৰ সকলো মানুহৰ দৰেই তুমিও সুন্দৰ………।
প্ৰেমৰ অনুভুতিৰ দৰেই,নাই কোনো সংগা…………নাই কোনো সীমা।………
শৰিৰৰ বাহ্যিক ভাবে তুমি ক'লাই নহোৱা কিয়,চাপৰ কিম্বা,শকত নতুবা বহু ক্ষিেণই নহয় কিয়…………মনত ৰাখিবা তুমি সুন্দৰ………তোমাৰ ধুনীয়া মন এটাৰে তুমি সুন্দৰ।
তোমাৰ বাবেও কোনোৱে হৃদয়ৰ মাজত সপোন ৰচে।তুমি যদিও বা এজন গায়ক নহয় তথাপি তোমাৰ কথাবোৰ তেওৰ বাবে হৈ পৰিব এটা গীত।।
তুমি যদিও বা ক'লা হোৱা তথাপি সপোনে দিথকে তোমাৰ সতে প্ৰেমত ৰামধেনুৰ সাতোৰঙ বিচাৰি পাব।তুমি যদিও চাপৰ…………তথাপি তেও তোমাৰ সতে অাকাশলংঘী সপোন ৰচিব।কোনোবা এজন/এজনিৰ বাবে তুমি সচাই সন্দুৰ।
মনত ভাব নিশ্বই হয়, কিয় নহ'লো অান সেইসকল সুন্দৰৰ দৰে…………
কিয় নাই মোৰ সৈতে সংগ……………
সচাকৈ এনেবোৰ ভাব কেতিয়াও মানুহে মনলৈ অনা উচিত নহয়……কাৰণ এনে ভাবে জীবনৰ সুখৰ ৰংবোৰক ধোৱা ধোৱা কৰি পেলায়।………
নিজক লক্ষ্য কৰা যে,তুমি সচাকৈ বহু সুন্দৰ,তুমি নিজক কেতিয়াও ভালদৰে চোৱাই নাই।এদিন সময় হ'লে চাবাচোন,তোমাক বিচাৰি থকা অাৰু ভালপোৱা জনিৰ/জনৰ সেই প্ৰেমৰ চকুযুৰিৰে ।তোমাক নিজে কিমান সুন্দৰ দেখিবা,তোমাৰ সৰু সৰু চকুযুৰিৰ মাজৰ গভিৰতাত তেওৰ তোমাৰ প্ৰতি থকা মৰম ভালপোৱাৰ ভাষা বিচাৰি পাবা।
মনৰ অাসক্তি বোৰৰ বাবে নিজক অত্যাচাৰ কৰাতো কেতিয়াও উচিত নহয়। জীবনতো বহুত বহুত মুল্যবান।ভগবানৰ উপহাৰ মানব জীবন।ইয়াক কেতিয়াও অসন্মান জনাব নালাগে,বাৰে বাৰে কও,নিজক ভালপাব শিকক,নিজক বহু মৰম কৰিব শিকক।তেতিয়াহে সকলোৰে অাদৰৰ হ'ব ।এবাৰ নিজক ভাল পাই চাওকচোন দেখিব তেিতয়া সকলো সুন্দৰ হৈ পৰিছে।।।
কিয় প্ৰেমত কোনোবাই কাৰোবাক এৰি যোৱাৰ পিছত নিজৰ জীৱনতো ধংস কৰি অাপোনবোৰৰ মনত অাঘাট দিয়ে।মনত ৰাখিব জীবন তোমাক এৰি যোৱাজনৰ বাবে নহয়, অাপোন বুলি ভবাবোৰৰ বাবেহে।।এই মৰম ভালপোৱা বুলি কোৱা বস্তুতো কেতিয়াও নিজে বিচৰাজনৰ পৰা পোৱা নাযায়,,তোমাক বিছৰা জন/জনিৰ পৰাহে পোৱা যায়।।
ধন্যবাদ…………………
Comments
Post a Comment
ধন্যবাদ