মানুহ যিমানৰ যোগ্য সিমানতেই সুখি থকা প্ৰয়োজন……
মানুহ যিমানৰ যোগ্য সিমানতেই সুখি থকা প্ৰয়োজন………………পৃথিবীত ভিন্ন ধৰণৰ মানুহ…………য'ত কৰ্মৰ দ্বাৰা উচ্চৰ পৰা মধ্যলৈ………মধ্যৰ পৰা নিম্নলৈ………অাৰু সেইকেইটা শ্ৰেণীৰ ভিত...
জীৱনৰ লগৰী গৰাকীক কত , কেতিয়া আৰু কেনেকৈ লগ পোৱা যাব , হয়টো তাৰ অনুমান কোনেও কৰিব নোৱাৰে ? হয়টো কোনোবাই কোৱাৰ দৰে সেই লগৰী জনী কেনিবা তোমাৰ আশে পাশেই আছে ...!! শুনিবলৈ পাইছো ," বিচাৰিলে হেনো ভগৱানকো পাব পাৰি " কিন্তু সচাঁ কথা এইটোৱেই যে জীৱনৰ লগৰী গৰাকীক বিচাৰি পালেও তাইৰ সচাঁ মৰমবোৰ জানো পাৰিবা পাব ..!! কাৰণ আমাৰ প্ৰায় কিছু সংখ্যক লোকেহে সচাঁ ভালপোৱাত থাকিব পাৰে , সকলোৱে মাথোঁ প্ৰতাৰণা কৰাতহে ব্যস্ত হৈ থাকে !!