প্ৰেম এটা এনে শক্তিৰ নাম


প্ৰেম এটা এনে শক্তিৰ নাম যি লগত থাকিলে আৰু একো নালাগে আৰু দূৰত গলে গোটে পৃথীৱী শূন্য যেন লাগে । কিয় বাৰু কাৰোবাৰ অনুপস্হিতিত ভৰা সভাতো অকল সৰিয়া যেন অনুভব হয় ?। প্ৰেম কি...কোনেও ভাষাৰে বুজাব নোৱাৰে। কাৰ লগত..আৰু কেতিয়া হৈ যাই কোনোয়ে ধৰিব নোৱাৰে। ব্যস্ততাৰ মাজতো মথো তাই/তেওঁ হে মনলৈ আহে। এনে লাগে যেন   যদি তাই/তেওঁ সন্মুখত আহি যায় মনৰ সকলো দুখ-সুখ প্ৰকাশ কৰিম, কিন্তুু আছলতে তেনে কেতিয়াও নহয়... প্ৰেয়সীক যদি সন্মুখত পোৱা যায় মাথো মাত খাৰ খুনি থাকিব মন যায় । একো মাতিবলৈ মন নাযায়, হয়তো তাই/তেওঁ বেয়া পাব নেকি .... কিবা এটা চিন্তাই  আমাক বেৰি ৰাখে... । বহু সময়ৰ পিছতো যদি প্ৰেয়সী আতৰি যায় এনে লাগে যেন সময় এ আমাৰ লগত কিবা খেল খেলিছে। ইমান সোনকালে সময় পাৰ হ'ল গমে নাপালো.... মনত কিবা বেজাৰ লাগে। কব লগা বহুত কথায়ে থাকি গ'ল বুলি। প্ৰেমত মানুহ কঠিনতকৈও কঠিন কাম কৰিবলৈ সাজু হৈ যায় আৰু যিমান কষ্ট হলেও সহজতে সফলো হয়। প্ৰেম ভগৱানৰ ৰূপ বাবেতো ভগৱানকৈ আগত প্ৰেয়সীৰ কথা মনলৈ আহে।  যদি এজন প্ৰেমিকক কোৱা হয় যে "তোমাক স্বৰ্গত ঠাই দিয়া হব যদি তোমি তোমাৰ প্ৰেয়সীক এৰি দিয়া; তেওঁ/তাই হাঁহি-হাঁহি স্বৰ্গ এৰি দিব কিন্তু নিজৰ প্ৰিয়সিক এৰাৰ কথা ভাবিৱয় নোৱাৰে বা নাভাবে। প্ৰেমৰ  অন্ত হৈছে বিয়া। সত্য প্ৰেমিয়ে কেতিয়াও বিয়াৰ বাৱে প্ৰেম নকৰে। তাৰ অৰ্থ এয়া নহয় যে প্ৰেম এজনৰ/এজনীৰ লগত আৰু বিয়া এজনৰ  লগত.... অন্তিম সময়ৰ লৈকে প্ৰেমৰ লগ দিব লাগে নিঃস্বাৰ্থ  ভাবে। শিল বোটলিবলৈ গৈ হিৰাক হেৰুৱা বহুতকে দেখিছো।।।। বন্ধু বোৰে হিন্দত এটা ডাইলগ প্ৰায়ে শুনায় লাড়কী বাছ্ ওৰ ট্ৰেন কে পিছে ম'ত  ভাগৌ এক জয় গা তো দোছৰা আয়ে গা।
হয় মই মানিছো এটা গলে আন এটা আহিব কিন্তু কোনোৱাই কব  পাৰিব নে যে সেই খন তুমি যাব বিছৰা জেগালৈ জাব জানো।।। হয়তো তাৰ লক্ষ্য বেলেগও হব পাৰে। হয়তো তুমি আগৰ খনত গলে অনপ সোনকালে পালা হয়। বা তাত তোমালৈ জেগা আছে জানো।  প্ৰেমক হেৰুৱাই ছবেই কান্দে প্ৰতাৰনা কৰাজন অৰু প্ৰতাৰনাৰ বলি  হোৱা জনো ,বাবেই কৈছো বন্ধু প্ৰেম ভগৱানৰ প্ৰশাদ চম্ভালিব শিকা । পৃথিবিত ইমান কথা-কাম থকাৰ স্বৰ্তেও তোমাৰ বিসয়ে ভাবিবলৈ সপোন ৰচিবলৈ সময় কন ওলিয়াছে তাতে তুমি সুখি হোৱা আৰু  আগন্তক সুখ বোৰ আকোৱালি লোৱা, কোনো তোমাৰ বাবে গোটে  জীৱন পাব পৰা অবস্থাত নাথাকে............

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা