অপৰাধৰ শাস্তি অনুতাপৰ চকুলোৱে পাৰ কৰি দিব পাৰি,

অপৰাধৰ শাস্তি অনুতাপৰ চকুলোৱে পাৰ কৰি দিব পাৰি,
কিন্তু কাৰোবাক ভালপোৱাৰ পৰা যি শাস্তি পোৱা যায় সেই শাস্তি যানো সেইজনৰ চকুৰ পানী দেখি অনুমান কৰিব পৰা যায়???
তাকো সেইজনৰ পৰা পোৱা শাস্তি যাক নিজ ইচ্ছাই এদিন সকলোতকৈ আপোন কৰি লোৱা হৈছিল।
এইবোৰ কাৰণেই পৃথিৱীৰ সুন্দৰত্বম সম্পৰ্ক প্ৰেম নিজেই কঠোৰ ভাবে সজাই লোৱা বলিহালৰ দৰেই নালাগেনে???

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা