কি লিখিম , লেখিবলৈ আৰু মোৰ শব্দ নাই ! যাৰ বাবে লেখি আছিলোঁ
কি লিখিম , লেখিবলৈ আৰু মোৰ শব্দ নাই !
যাৰ বাবে লেখি আছিলোঁ ,
তেওঁলোকেই মোৰ পৰা আতঁৰি গল , যত কোনোটো সময়ত মোৰ তেওঁলোকেই জীৱন আছিল .
তথাপি এটা সৰু কাহিনী কওঁ শুনা
এবাৰ মম'ৰ সলিতা ডালে মম ডালক প্ৰশ্ন কৰিলে :--
সখা মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া ..?
মম = কোৱা সখা ..?
সলিতা :- মানুহে জ্বলাই দিয়ে মোক বৰং তুমি গলি যোৱা তেনে কিয় ..?
মম = যাক নিজৰ অন্তৰত ঠাই দিয়া যায় , তেওঁ যেতিয়া তোমাৰ পৰা আতৰি যাবলৈ উলাই , চকুপানী মোৰেই নহয় সকলোৰে উলাব নহয়নে
কথাটো বৰ সহজ ভাষাৰেই বুজালো ,
আশাকৰো তোমালোকে নিশ্চয় বুজি পালা .!
Comments
Post a Comment
ধন্যবাদ