বেকাৰ……

বেকাৰ……………মানুহৰ জীৱনত এটা সময় এনেকোৱা ঠাইত ৰৈ যায় য'ত কৰিব লগিয়া একো কাম নাথাকে……………য'ত মনৰ ইচ্ছা অনুসৰি একো হৈ নুঠে।।
বিচৰাবোৰৰ পৰা সকলো ওলোটা উত্তৰ পোৱা যায়,যাৰ বাবে মনৰ মাজতে জ্বলি থাকিব লগা হয় অাৰু অানৰ দৰে নিজেও ক'ব বাধ্য ""মই অাজি বেকাৰ ""।।………
সকলো মানুহৰেই জীৱনত তেনে সময় অাহে…………অাজি যিসকল সফল ব্যক্তি তেওলোকেও এই যান্ত্ৰণাত এবাৰ হ'লেও ভুগিছে।।
অাচলতে…………এটা নিৰ্দিষ্ট সময়লৈ মানুহ বেকাৰ থকাই ভাল……………এই বেকাৰ সময়চোৱাত সময়ে মানুহক বহুত কিবা কিবি শিকাই,যাৰ বাবে জীৱনত সকলোবোৰৰ সৈতে চিনাকী হোৱাত সহায় হয়।।
কোন অাপোন কোন পৰ…………বিপদৰ সময়ত কোন অামাৰ বন্ধু……কি ভাল, কি বেয়া, সেইবোৰৰ সৈতেও চিনাকী এই বেকাৰ মুহূৰ্ত বোৰেই দি যায়।।………
এটা নিৰ্দিষ্ট সময়তহে মানুহে সকলো পোৱা উচিত……………নহ'লে পোৱাবোৰৰ অাদৰ বা পৰিচালনা কৰিব অসামৰ্থ হোৱা দেখা যায়।।………
মানুহক লগাতটো সকলোবোৰ অাজিয়েই লাগে……………কিন্তু জানো নিজক শুধিছো,পোৱাবোৰ পৰিচালনা বা অাদৰ কৰিব একেলগে পৰা যাবনে?…………
মানুহে সকলোবোৰ লাহে লাহে শিকিছে…………সময়ৰ সতে হাত মিলাই অাগুৱাই যাব শিকিছে…………দুখত কান্দিছে…………সুখত হাহিছে……সেইবাবেই ৰঙিণ জীৱন অাৰু এই ৰঙিণ জীৱন বেকাৰ থকা সেই মুহুৰ্তবোৰেই দি যায়।।…………
অামিও যে কি নাম দিও…………বেকাৰ………………
অাচলতে সেই সময়বোৰ বেকাৰ নহয়…………সেই জীৱন বাটত সকলোৰে লগত অাগুৱাই যোৱাৰ পৰিকল্পনা বা সময়ৰ শিকনি।।…………
মাত্ৰ নিজক সুখি ৰাখিব চেষ্টা কৰা উচিত……………ভাগ্যৰ সতে যুজ কোনেও দিব নোৱাৰে …………পৰিবৰ্তণ প্ৰকৃতিৰ নিয়ম।।
কোনোবাই বহু ডাঙৰ অট্তালিকাত টোপনি গৈছে,হয়টো তুমি এটি সৰু পজাত কিন্তু টোপনিৰ সুখ এটাই অাৰু একে………………।।ধন্যবাদ…………

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা