Posts

Showing posts from December, 2016

কিমান ধুনীয়া আছিল সেই সন্ধিয়াটো

কিমান ধুনীয়া আছিল সেই সন্ধিয়াটো যেতিয়া তাই মোলৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল..... হয় মইয়ো তাইক খুবেই ভাল পাইছিলো কিন্তু মই ক'বহে পৰা নাছিলো.....। কিজানি তাই আঁতৰি যায়.... কিবা এটা ভ...

স্মৃতি বোৰ কত যে হেৰাই যায়

স্মৃতি বোৰ কত যে কেতিয়া হেৰাই যায় কোনেও কব নোৱাৰে , মাথোঁ ৰৈ যায় হৃদয়ৰ মাজত একো একোটা বিষাদ , ভালপোৱা মানুহবোৰক চোন পাহৰিবই পৰা নাযায় , কিন্তু তাতোকৈ যেন পাহৰিব পৰা নাযায় ...

তুমি সুন্দৰ.....

তুমি সুন্দৰ…………………… তুমি সকলোতকৈ সুন্দৰ,,পৃথিবীৰ সকলো মানুহৰ দৰেই তুমিও সুন্দৰ………। প্ৰেমৰ অনুভুতিৰ দৰেই,নাই কোনো সংগা…………নাই কোনো সীমা।……… শৰিৰৰ বাহ্যিক ভাবে তুমি ক'লাই নহোৱা কিয়,চাপৰ কিম্বা,শকত নতুবা বহু ক্ষিেণই নহয় কিয়…………মনত ৰাখিবা তুমি সুন্দৰ………তোমাৰ ধুনীয়া মন এটাৰে তুমি সুন্দৰ। তোমাৰ বাবেও কোনোৱে হৃদয়ৰ মাজত সপোন ৰচে।তুমি যদিও বা এজন গায়ক নহয় তথাপি তোমাৰ কথাবোৰ তেওৰ বাবে হৈ পৰিব এটা গীত।। তুমি যদিও বা ক'লা হোৱা তথাপি সপোনে দিথকে তোমাৰ সতে প্ৰেমত ৰামধেনুৰ সাতোৰঙ বিচাৰি পাব।তুমি যদিও চাপৰ…………তথাপি তেও তোমাৰ সতে অাকাশলংঘী সপোন ৰচিব।কোনোবা এজন/এজনিৰ বাবে তুমি সচাই সন্দুৰ। মনত ভাব নিশ্বই হয়, কিয় নহ'লো অান সেইসকল সুন্দৰৰ দৰে………… কিয় নাই মোৰ সৈতে সংগ…………… সচাকৈ এনেবোৰ ভাব কেতিয়াও মানুহে মনলৈ অনা উচিত নহয়……কাৰণ এনে ভাবে জীবনৰ সুখৰ ৰংবোৰক ধোৱা ধোৱা কৰি পেলায়।……… নিজক লক্ষ্য কৰা যে,তুমি সচাকৈ বহু সুন্দৰ,তুমি নিজক কেতিয়াও ভালদৰে চোৱাই নাই।এদিন সময় হ'লে চাবাচোন,তোমাক বিচাৰি থকা অাৰু ভালপোৱা জনিৰ/জনৰ সেই প্ৰেমৰ চকুযুৰিৰে ।তোমাক নিজে কিমান সুন্দৰ দেখিবা,তোমাৰ সৰু সৰু চকুযুৰিৰ মাজ...

তোমাক যদি কোনোবাই সচাকৈ ভাল পায়

এটা সম্পৰ্ক তোমাক যদি কোনোবাই সচাকৈ ভাল পায়,তেও কোনোদিনেই তোমাক এৰি গুছি নাযাই,কাৰণ এৰি যোৱাৰ বাবে যদি এশতা কাৰণো থাকে,তেও তোমাক অাকোৱালী ল'ব বা ভালপাবলৈ অন্তত এটা কাৰণ উ...

এদিন সুখ নিশ্বয় হ'ব

এদিন সুখ নিশ্বয় হ'ব……………………… যেতিয়া মনৰ দুখ বোৰক বুজাব পৰা যাব।।…………………… যেতিয়া অাশাবোৰে নতুন ৰংৰ সন্ধানত কোনোবা অাপোন এজনৰ কাষ চাপিব।।……………… হেৰুৱা মৰম বোৰে বুজিব যে,,তেওৰ অবিহনে তেও কেতিয়াও সুখি হ'ব নোৱাৰে…………তেতিয়া……সচাকৈ এদিন সকলোৰে সুখ অাহিব। জীবন যুদ্ধত যেতিয়া শেষ হাহি তোমাৰ হ'ব……………হাহি হাহি যেতিয়া সময়ে মৰমেৰে তোমাক অাকোৱালি ল'ব…………সেইদিনতোত তুমি সকলোতকৈ সুখি হ'বা।। কিন্তু তুমি অনুভব কৰিবই নোৱাৰিবা……………যে তোমাৰ বহু দুখ অাছিল।।তোমাৰ এটা,, মাত্ৰ এটা সুখৰ হাহিত……………তোমাৰ সকলো দুখৰ চকুলো শুকাই যাব।। বতৰ সলনি হোৱাৰ দৰে তোমাৰো জীবনৰ ৰং সলনি হ'ব………প্ৰকৃতিৰ নিয়ম মানুহৰ দুখ সলনি হৈ সুখ হবই…………সকলোৰে,,অৰ্থাৎ তোমাৰো।। মানুহৰ বেয়া হ'ব লগিয়াতো কোনোৱেই ধৰি ৰাখিব নোৱাৰে………………কিন্তু,, তোমাৰ ভালহ'ব লগিয়াতোও কোনে ধৰি ৰাখিব পাৰিব।। …………………এদিনতো সুখ হ'বই……………… সেইদিনা তোমাক কোনে ৰাখিব……………সেইদিনা তোমাৰ হাহিত তোমাক বেয়া পোৱাবোৰৰ হৃদয় কপি উঠিব…………।। সেইতো তোমাক বেয়াপোৱা বোৰৰ বাবে অাটাইতকৈ ডাঙৰ শাস্তিও হ'ব………তোমাৰ সুখৰ হাহি।। এদিন সকলো হ'ব তোমাৰ…………সকলোবোৰ…...

জীৱনৰ সেইজন সংগী

………জীৱনৰ সেইজন সংগী……… বহু অাশা,বহু মৰম লৈ অামাৰ জীৱনলৈ অাহি,এদিন অাপোন হ'ব বিচাৰিব অাৰু অামি সকলোবোৰ পাহৰি তেওক অাদৰি ল'ব বাধ্য হৈ পৰিম।।……… সেই সময়তো হয়টো এৰি অহা সময় বা ...

সময়ৰ ওপৰত এৰি দিয়া তোমাৰ বাবে যোগ্য কোন হ'ব।

সময়ৰ ওপৰত এৰি দিয়া তোমাৰ বাবে যোগ্য কোন হ'ব।।…………………… ধৰফৰাই প্ৰেম বিচাৰিলে বা কাৰোবাক পাবৰ বাবে মনত গভীৰ ভাবে দুখ লৈ ভাবি থাকি,,তোমাৰ একো লাভ নাই।। যিজনে বুজিব ইচ্ছা নকৰ...

অ'মই ভালে আছো

সদায় সঘনাই কোৱা এষাৰ মিছা কথা…………………ভালে অাছো'''……………… হৃদয়ত বহু যান্ত্ৰনা লৈ হ'লেও অাপোন বোৰৰ সুখৰ বাবে ক'ব বাধ্য তুমিও………অ' মই ভালে অাছো। হৃদয়খন ইমান বেছি কোমল যে,,, মৰম, ভালপোৱাবোৰক কোনোবাই বহুত বেয়াকৈ অপমান কৰাৰ পিছতো,,সুখি হোৱাই কামনা কৰা যায়।। সেই যান্ত্ৰণাবোৰ বহুত ধৰ্য্য ধৰি নিজক বুজাই সকলোৰে লগত হাহি হাহি জীয়াই থকাৰ অভিনয় কৰা কিমান কঠিন মই অনুভব কৰো।………… নিজৰ মানুহবোৰে নজনাকৈ কন্দাৰ চেষ্টাত ধৰা পৰাৰ ফলত যেতিয়া শুধে,,কিয় কান্দিছা অাৰু মুখত মিছিকিয়া হাহি এটাৰে যেতিয়া ডাইৰেক্ট কৈ দিয়া যায়,,, নাই অ'' অাজি দিনত বহু ধুলি চকুত সোমাইছে,,মইটো ''ভালেই অাছো ক'ত কান্দিছো'"……সেই যান্ত্ৰণাৰ কথা মই অনুভব কৰিব পাৰো।। বিশ্বাসঘাটক কৰাৰ পিছতো তেওক ভালপোৱা,,সদায় তেওৰ ভাল হোৱাতোৱেই কামনা কৰা,কেতিয়াবা খংঙত দিয়া গালিবোৰৰ বাবেও নিজকে দুষ দিয়া যায়……প্ৰশ্ন কৰা যায় নিজক…কিয় যে গালি পাৰিলো,,দুখেই পালে চাগে মনত।। সচাকৈ …………… এনেবোৰ প্ৰেেমই অাচলতে মহান………… এনেকোৱা ভালপোৱাৰ মুল্য কোনেও দিব নোৱাৰে।……… অতিবেছি মৰম……অতিবেছি বিশ্বাস……অাৰু এই অতিবেছি বিছাৰো বা ...

তুমাৰ অবিহনে জিয়াই থাকিব পাৰিম

তুমাৰ অবিহনে জিয়াই থাকিব পাৰিম। তুমি কোনো অছিলা ? কৰপৰা.... আৰু কেনেকৈ মুৰ জিৱনলৈ কিয় আহিছিলা ? অন্তৰৰ কোনোবাটো কোণত স্তব্ধ হৈ ৰোৱা অশ্ৰু বোৰনো কিয় নিগৰাম ..? কিয় দুগালে দুঢ়াৰি ...

তোমাৰ মৰমৰ তেওৰ প্ৰয়োজন নাই

তোমাৰ মৰমৰ তেওৰ প্ৰয়োজন নাই………………বাৰে বাৰে তেওক মৰম ভালপোৱা যাচিব গৈ নিজৰ ভালপোৱাক অপমান কৰিব নাযাবা।। তেওঁ যিহেতু তোমাৰ মৰম ভালপোৱাক মুল্য দিব নাজানে…………তোমাৰ খং অ...

ঐ হাজবেণ্ড

: ঐ হাজবেণ্ড! তোমাৰ তো বাইক আছে না? - হাঃ হাঃ হা.... : কেলেই হাঁহিছা? - আমাৰ বিয়াৰ একমাহ হৈ গ'ল। তোমাক বাইকত লৈ ক'ত ক'ত যে যোৱা নাই, এতিয়া এইটো কথা সুধিলে নাহাঁহি কি কৰিম! : না মানে বেলেগ এ...

মই কেতিয়াও বিচৰা নাছিলো তোমাক …………

মই কেতিয়াও বিচৰা নাছিলো তোমাক ………… বিচৰা নাছিলো মোৰ ভালপোৱাৰ বিপৰিতে তোমাৰ ভালপোৱা।……… মাত্ৰ অলপ অধিকাৰ বিচাৰিছিলো…… তোমাৰ দুখৰ অন্ধকাৰবোৰত অকণমান পোহৰ দিবলৈ। বিচ...