মঞ্জুলা.এচ
আজিও আগৰ দৰেই ডিউটি লৈ অহা আধাঘন্টা লেট , তাতে চিগাৰেট এটা হুপি নোলোৱাকৈ কেনেকৈ কাম আৰম্ভ কৰিম। কেবিনত সোমোৱাৰ লগে-লগে সহ-কৰ্মীয়ে গুড আফটাৰনোন কৈ ডে ৰিৰ্পটৰ লগত এটা ৰিজু...
জীৱনৰ লগৰী গৰাকীক কত , কেতিয়া আৰু কেনেকৈ লগ পোৱা যাব , হয়টো তাৰ অনুমান কোনেও কৰিব নোৱাৰে ? হয়টো কোনোবাই কোৱাৰ দৰে সেই লগৰী জনী কেনিবা তোমাৰ আশে পাশেই আছে ...!! শুনিবলৈ পাইছো ," বিচাৰিলে হেনো ভগৱানকো পাব পাৰি " কিন্তু সচাঁ কথা এইটোৱেই যে জীৱনৰ লগৰী গৰাকীক বিচাৰি পালেও তাইৰ সচাঁ মৰমবোৰ জানো পাৰিবা পাব ..!! কাৰণ আমাৰ প্ৰায় কিছু সংখ্যক লোকেহে সচাঁ ভালপোৱাত থাকিব পাৰে , সকলোৱে মাথোঁ প্ৰতাৰণা কৰাতহে ব্যস্ত হৈ থাকে !!