মুনুলৈ বোলি
তোমাৰ লগত কথা পাতি খুবেই ভাল লাগিল,, আগৰ দৰেই চঞ্চল- ফুৰ্তি হৃদয়ৰ পৰা ওলোৱা মাতে, মোৰ মন মগ্ন কৰি পেলালে,, মই জনা নাছিলোঁ যে তুমিও মোৰ লগত কথা পাতিবলৈ ইমান ব্যাকুল হৈ আছা বোল...
জীৱনৰ লগৰী গৰাকীক কত , কেতিয়া আৰু কেনেকৈ লগ পোৱা যাব , হয়টো তাৰ অনুমান কোনেও কৰিব নোৱাৰে ? হয়টো কোনোবাই কোৱাৰ দৰে সেই লগৰী জনী কেনিবা তোমাৰ আশে পাশেই আছে ...!! শুনিবলৈ পাইছো ," বিচাৰিলে হেনো ভগৱানকো পাব পাৰি " কিন্তু সচাঁ কথা এইটোৱেই যে জীৱনৰ লগৰী গৰাকীক বিচাৰি পালেও তাইৰ সচাঁ মৰমবোৰ জানো পাৰিবা পাব ..!! কাৰণ আমাৰ প্ৰায় কিছু সংখ্যক লোকেহে সচাঁ ভালপোৱাত থাকিব পাৰে , সকলোৱে মাথোঁ প্ৰতাৰণা কৰাতহে ব্যস্ত হৈ থাকে !!