তোমাৰ অবিহনে
তোমাৰ অবিহনে এনেকৈ জীয়াই আছোঁ,
যেন নিজকে নিজে শাস্তি দি ফুৰিছোঁ।
দিন পাৰ হৈছে, ৰাতিও আহিছে,
সদায় যেন নতুন দুখ এটা থমকি ৰৈ আছে।তোমাৰ মাত শুনিবলৈ দুয়োটা কাণ ব্যাকুল,
মুখত মাথোঁ তোমাৰ নাম।
সকলো পাহৰি, তোমাক মনত পেলাই কান্দোঁ,
সময়মতে কাম কৰিবও নোৱাৰোঁ।
Comments
Post a Comment
ধন্যবাদ